as_ta/process/translation-overview/01.md

6.0 KiB
Raw Permalink Blame History

OL অনুবাদ প্ৰক্ৰিয়া

"আন ভাষাবোৰৰ" বাবে (OLs, গেটৱে ভাষাৰ বাহিৰে আন ভাষাসমূহৰ) বাবে, যি বিশ্বৰ অধিকাংশ ভাষা, নিম্নলিখিত অনুবাদৰ প্ৰক্ৰিয়া যি খোলা শব্দ অনুবাদ সাধন আৰু উপকৰণৰ সৈতে ভাল বুলি মত প্ৰকাশ আৰু সমৰ্থন কৰে।

এটা অনুবাদৰ সমিতি গঠন কৰাৰ পাছত আৰু অনুবাদৰ নীতিসমূহত অনুবাদকৰ প্ৰশিক্ষণ আৰু অনুবাদস্টুডিয় কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, আমি পৰামৰ্শ দিব বিচাৰো যে আপুনি এই প্ৰক্ৰিয়া অনুসৰণ কৰে:

১. অনুবাদস্টুডিঅৰ ব্যৱহাৰ কৰি, খোলা বাইবেলৰ কাহিনীৰ অনুবাদ (OBS) পৰা এক কাহিনীৰ অনুবাদ প্ৰথম খচৰা বনাওক। ২.এগৰাকী সহযোগীৰ সৈতে আপোনাৰ অনুবাদ দলৰ অনুবাদ পৰীক্ষা কৰক। ৩. [পূৰ্ণ অনুবাদ দলৰ] সৈতে অনুবাদ পৰিক্ষা কৰক(../../checking/team-oral-chunk-check/01.md)। . অনুবাদৰ টোকাসমূহ আৰু অনুবাদৰ শব্দবোৰৰ ব্যৱহাৰ কৰি অনুবাদ পৰিক্ষা কৰক। ৫. ভাষাৰ সম্প্ৰদায়ৰ সৈতে অনুবাদ পৰীক্ষা কৰক। ৬. ভাষা সম্প্ৰদায়ৰ পালকৰ সৈতে অনুবাদ পৰীক্ষা কৰক। . মণ্ডলী নেতাসকলৰ গোটৰ সৈতে অনুবাদৰ পৰীক্ষা কৰক। ৮. প্ৰকাশ Door43, মুদ্ৰণ, আৰু অডিঅ, ইচ্ছামতে অনুবাদ কৰক।

এই খোজক খোলা বাইবেলৰ কাহিনীৰ সকলো কাহিনীৰ সৈতে পুণৰাবৃত্তি কৰক, যেতিয়ালৈকে সকলো পঞ্চাচ সমাপ্ত নকৰে।

খোলা বাইবেলৰ কাহিনী শেষ হোৱাৰ পাছত, নিজৰ বাইবেলৰ অনুবাদ আৰম্ভ কৰিবলৈ যথেষ্ট দক্ষতা আৰু অভিজ্ঞতা অৰ্জন কৰিব। আমি উপদেশ দিওঁ যে আপুনি এনে এক পুস্তকৰ পৰা আৰম্ভ কৰক যাৰ কঠিন স্তৰ ২আছে। পূণৰ এই প্ৰক্ৰিয়া পালন কৰক:

১. অনুবাদস্টুডিঅ ব্যৱহাৰ কৰি বাইবেল পুস্তকৰ অনুবাদ ৰ প্ৰথম খচৰা প্ৰস্তত কৰক। ২. এগৰাকী সহযোগীৰ সৈতে আপোনাৰ অনুবাদ পৰীক্ষা কৰক। ৩. [পূৰ্ণ অনুবাদ দলৰ] সৈতে অনুবাদ পৰীক্ষা কৰক(../../checking/team-oral-chunk-check/01.md)। . অনুবাদৰ টোকা আৰু অনুবাদৰ শব্দৰ সঁজুলিৰ ভিতৰত অনুবাদকেন্দ্ৰৰব্যৱহাৰ কৰি অনুবাদ পৰীক্ষা কৰক। ৫. ভাষাৰ সম্প্ৰদায়ৰ সৈতে অনুবাদ পৰীক্ষা কৰক। ৬. মণ্ডলী নেতাসকলৰ গোটৰ সৈতে অনুবাদৰ পৰীক্ষা কৰক। . অনুবাদক অনুবাদকেন্দ্ৰৰ, সংৰখিত উপকৰণৰ প্ৰয়োগ কৰি মূল ভাষাৰ সৈতে সংৰখিত কৰক।

  1. মণ্ডলী নেতাসকলৰ গোটৰ সৈতে অনুবাদৰ পৰিক্ষা কৰক।
  2. প্ৰকাশ Door43, মুদ্ৰণ, আৰু অডিঅ, ইচ্ছামতে অনুবাদ কৰক।

বাইবেলৰ সকলো পুস্তকৰ সৈতে এই পদক্ষেপসমূহ পুনৰাবৃত্তি কৰক।

অনুবাদ দলৰ পৰা কোনোৱে বনোৱা আচঁনিৰ Door43 উপৰত বজায় ৰখা, ভুলবোৰ শুদ্ধ কৰিবলৈ সম্পাদন আৰু মণ্ডলী সম্প্ৰদায়ৰ পৰা পৰামৰ্শ লৈ ইয়াক শুদ্ধ কৰক, অনুবাদসমূহ সহজতে যিমান ইচ্ছা ডাউনলোড আৰু পূৰ্ণমুদ্ৰণ কৰিব পাৰি।