|
2 years ago | |
---|---|---|
checking | 2 years ago | |
intro | 2 years ago | |
process | 2 years ago | |
translate | 2 years ago | |
LICENSE.md | 2 years ago | |
README.md | 2 years ago | |
manifest.yaml | 2 years ago |
README.md
Assamese tA
STR unfoldingWord/SourceTextRequestForm#483
আনফ’ল্ডিংৱৰ্ড ট্ৰাঞ্চলেষ্যনএকাডেমি
বিৱৰণ
আনফ’ল্ডিংৱৰ্ড ট্ৰাঞ্চলেষ্যনএকাডেমি হৈচজে এখন মড্যুলাৰ কিতাপ যি বাইবেলৰ অনুবাদৰ বিষয়ে এটা থুলমূল বিৱৰণ দিয়ে আৰু পৰীক্ষা কৰা নিয়মখিনি যিখিনি গোলকীয় গীৰ্জাই বিশ্বাসযোগ্য অনুবাদৰ বিষয়ে স্পষ্টভাৱে অনুমতি প্ৰদান কৰিছে। ই অনুবাদকসকলক তেওঁলোকৰ নিজৰ ভষাত বাইবেলৰ বিশ্বাসযোগ্য অনুবাদ কিদৰে কৰিব লাগে সেইটোৰ বিষয়ে তথ্য প্ৰদান কৰে।
ডাউনল’ড কৰা
যদি আপুনি ব্যৱহাৰৰ বাবে ইংৰাজী ট্ৰাঞ্চলেষ্যনএকাডেমি দাউনল’ড কৰিব বিচাৰে, তেন্তে ইয়াক ক্লিক কৰক: https://unfoldingword.bible/academy/. tA is also included in tS and tC.
টিএ উন্নত কৰা
উন্নত কৰিবৰ বাবে পৰামৰ্শ দিবলৈ অনুগ্ৰহ কৰি সমস্যাৰ তালিকা ব্যৱহাৰ কৰক।
যদি আপুনি নিজেই পৰামৰ্শ দিয়া পৰিৱৰ্তনখিনি লাগু কৰিব বিচাৰে তেন্তে তেনে কৰিবৰ বাবে আপুনি অনালাইন এডিট্যৰ ব্যৱহাৰ কৰিব পাৰে। এটা এটাকৈ অনুবাদৰ নিৰ্দেশনা চাবৰ বাবে [সুৰক্ষিত শাখা অ’ভাৰফ্লো] চাওক(https://forum.ccbt.bible/t/protected-branch-workflow/76)।
গাঠনি
টিএবিলাক সাধাৰণ মাৰ্কআপ ফৰ্মেটত লিখা আছে আৰু সম্পদ পাত্ৰ মেনুৱেল প্ৰকাৰত ভালদৰে সংগঠিত কৰা আছে। অধিক তথ্যৰ বাবে লিংকটো চাওক কিন্তু ইয়াতে সংক্ষিপ্ত সাৰাংশ দিয়া আছে।
এই ৰিপ’জিট’ৰীত প্ৰতিখন মেনুৱেলৰ নিজা ডাইৰেক্টৰী আছে (উদাহৰণস্বৰূপে, পৰীক্ষা কৰা মেনুৱেলখন [পৰীক্ষা কৰা]ত (https://git.door43.org/unfoldingWord/en_ta/src/branch/master/checking) directory) আছে। প্ৰতিটো মড্যুলৰ এই মেনুৱেল ডাইৰেক্টৰীবিলাকৰ ভিতৰত আছে। ইয়াৰে প্ৰতিটোৰ ভিতৰত এইকেইটা ফাইল আছে:
01.md
- এইটো মড্যুলৰ মূল বডীটোsub-title.md
- এই ফাইলটোত মড্যুলটোৱে দিব লগা উত্তৰৰ প্ৰশ্নটো থাকে।title.md
- ইয়াৰ মড্যুলটোৰ শীৰ্ষকটো থাকে
প্ৰতিটো মেনুৱেলৰ ডাইৰেক্টৰীত ৱাইএৱমএল ফৰ্মেটৰ ফাইলো থাকে। toc.yaml
ফাইলটো বিসয়বস্তুৰ তালিকা এনকোড কৰিবৰ বাবে আৰু config.yaml
ফাইলটো মড্যুলবিলাকৰ মাজৰ নিৰ্ভৰশীলতা এনকোড কৰিবৰ বাবে দিয়া থাকে।
জিএল অনুবাদক
টিএৰ অনুবাদৰ দৰ্শন
টিএ কিদৰে অনুবাদ কৰিব লাগে তাৰ দৰ্শনটো শিকিবৰ বাবে অন্যগ্ৰহ কৰি ট্ৰাঞ্চলেষ্যনএকাডেমিৰ অনুবাদ প্ৰবন্ধটো গেটৱে ভাষা মেনুৱেল চাওক।
যদি আপুনি অনলাইন অনুবাদ কৰিছে, তেন্তে অনুগ্ৰহ কৰি ড’ৰ43-কেটেলগ/ইন_টা ৰিপ’জিটৰী ফৰ্ক কৰক, তাৰপাচত ৱৰ্কফ্লো অনুকৰণ কৰক: বিষয়বস্তু অনলাইন অনুবাদ কৰক।
টিএ অনুবাদ কৰিবৰ বাবে কাৰিকৰী নিৰ্দেশনা
- কোনো ফাইল অথবা ডাইৰেক্টৰীৰ নাম *সলনি নকৰিব *। কেৱল ফাইলবিলাকত থকা বিষয়বস্তুবোৰ অনুবাদ কৰক।
- যদিহে আপুনি এতা নতুন মড্যুল যোগ নকৰে তেন্তে
config.yaml
আৰুtoc.yaml
ফাইলকেইতা পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়া আপোনাৰ অনুবাদ কৰি শেষ হ’ল তেতিয়া আপুনিtoc.yaml
ফাইলত থকা ‘শীৰ্ষক’টো আপডেট কৰিব পাৰে, কিন্তু সেই ফাইলকেইতাত অন্য কোনো পৰিৱৰ্তন নকৰিব। - টিএত দিয়া ফটোবোৰ 600পিক্সেলতকৈ বেছি বহল হ’ব নোৱাৰিব। আচল ফটো ব্যৱহাৰ কৰিবৰ বাবে ফটোৰ লিংকবোৰ তেনেকৈয়ে এৰি দিয়ক।
- হাইপাৰলিংকবিলাকে (ইণ্টাৰনেতত অন্য প্ৰবন্ধ অথবা অন্য পেজৰ বাবে থকা লিংকবিলাক) এইটো ক্ৰম অনুকৰণ কৰে:
[প্ৰদৰ্শন কৰা টেক্সট](http://www.example.com)
. আপুনি স্ক্বাৰ ব্ৰেকেটৰ ভিতৰত থকা “প্ৰদৰ্শন কৰা টেক্সট”বোৰ অনুবাদ কৰিব পাৰে কিন্তু তাৰ ভিতৰত থকা ৱেব এড্ৰেচবিলাক অনুবাদ কৰিব নোৱাৰিব।
আপুনি অতিৰিক্ত মড্যুল যোগ কৰিব পাৰে। টিএ কাৰ্যকৰী হোৱাৰ পাচত নতুন মড্যুলবিলাক দিবৰ বাবে, তলত দিয়া অৱস্থাকেইটা পূৰ্ণ কৰিব লাগিব:
- আপুনি এটা মেনুৱেল ডাইৰেক্টৰিত এতা দাইৰেক্টৰী নিৰ্মাণ কৰিন্ব লাগিব (অনুবাদৰ ডাইৰেক্টৰীৰ দৰে) যিটোত আপুনি লিখিব বিচৰা সৰু মড্যুলটোৰ নামটো থাকে। উদাহৰণস্বৰূপে অনুবাদৰ মেনুৱেলত “পৰীক্ষা”ৰ বাবে এতা নতুন মড্যুল বনোৱাৰ বাবে আপুনি "translate/testing/01.md"ত আপুনি ফাইলটো থ’ব লাগিব।
- সঠিক মেনুৱেলৰ বাবে ফাইলটো বিসয়বস্তুৰ তালিকা ,
toc.yaml
ত থাকিব লাগিব। toc.yaml
ফাইলটোত থকা শ্লাগটোৰ মূল্যটো আৰু ডাইৰেক্টৰী (এক্সটেঞ্চ্যন নোহোৱাকৈ) ডাইৰেক্টৰীৰ নামটোৰ লগত একেই হ’ব লাগিব (এইটো উদাহৰণত ‘পৰীক্ষা কৰা’)।- শ্লাগটো বিশিষ্ট হ’ব লাগিব, অনু কোনো অনুবাদৰ টিএ ৰিপ’জিটৰীত ব্যৱহাৰ নকৰা হ’ব লাগিব। এইটো এটা প্ৰয়োজনীয়তা যাতে অন্য টিএ মেনুৱলবিলাকত মিল নথকা লিংক বনাব পাৰি।
অনুজ্ঞা পত্ৰ
অনুজ্ঞা পত্ৰত তথ্যৰ বাবে অনুজ্ঞা পত্ৰ চাওক।