as_ta/checking/alignment-tool/01.md

16 KiB

যুক্তিসংঙ্গত পৰীক্ষাৰ বাবে পোনাই শাৰী কৰা সঁজুলি ব্যৱহাৰ কৰিবৰ নিমিত্তেঃ

১. বাইবেল পুস্তকৰ অনুবাদ যাক আপুনি পৰীক্ষা কৰিব বিচাৰিছে তাক অনুবাদমূলত অৰ্ন্তভূক্ত কৰক। ১. পোনাই শাৰী কৰা সঁজুলিৰ শব্দ বাচি লওক। ১. অধ্যায় আৰু পদবোৰৰ বাওঁফালে থকা তালিকাক ব্যৱহাৰ কৰি পদবোৰৰ দ্বাৰাই আগবাঢ়ক।

  • আপুনি যেতিয়া তালিকাৰ এটা পদ খুলি চাবলৈ ক্লিক কৰিব, তেতিয়া সেই পদৰ শব্দবোৰ এখন তালিকাত ওপৰমুৱাকৈ দেখা দিব, ওপৰৰ পৰা তললৈ শৃঙ্খলাবদ্ধভাবে, অধ্যায় আৰু পদবোৰৰ তালিকাৰ ঠিক সোঁফালে। প্ৰতিটো শব্দ এটা পৃথক বাকচত।
  • মূল ভাষাৰ বাক্যবোৰ (গ্ৰীক, ইব্ৰী, বা আৰামাইক)সেই পদৰ শাস্ত্ৰাংশৰ বাবেও এটা দিশত সোঁ ফালে লক্ষ্য কৰি লোৱা ভাষাৰ শব্দ তালিকত পৃথক বাকচবোৰত আছে। ই এটা এনে ঠাই যি প্ৰতিটো মূল ভাষাৰ শব্দ বাকচবোৰত এটা ফুট দিয়া শাৰীৰ সৈতে সূচীপত্ৰ আছে।

১. প্ৰতিটো পদত, লক্ষ্য কৰি লোৱা ভাষাৰ শব্দবোৰ শব্দ ভৰালৰ মূল ভাষা শব্দবোৰৰ তলত থকা খালি ঠাইলৈ টানি আনক যিয়ে একেটাই অৰ্থকে প্ৰকাশ কৰে।

  • এটা শব্দ টানি আনিবলৈ, লক্ষ্য কৰি লোৱা ভাষাৰ প্ৰতিটো শব্দ বাকচক আপুনি যেনেকৈ উৎস শাস্ত্ৰাংশৰ (মূল)শব্দ বাকচৰ তলত থকা ঠাইলৈ সলাব বিচাৰে তেনেকৈ বোটামক টকৰাই দি আৰু তলত টিপি ৰাখক যাতে শব্দই যোগাযোগ কৰিব পাৰে। মাউচ বোটামক এৰি দিয়াৰ যোগেদি লক্ষ্য কৰা ভাষাৰ শব্দক ৰাখি থওক।
  • লক্ষ্য কৰি লোৱা ভাষাৰ শব্দ যেতিয়া মূলৰ এটা শব্দ বাচকত আছে, তেতিয়া ফোট দিয়া সূচীপত্ৰখন আপোনাক জানিব দিবৰ বাবে নীলালৈ ৰূপান্তৰ হব যে সেই শব্দ তাত ৰখা হব। আপুনি যদি এটা ভুল কৰে বা লক্ষ্য কৰা শব্দটি অন্য কৰোবাৰ হয়, তেন্তে সাধাৰণ ভাবে ই যৰ হয় তালৈ টানি লৈ যাওক। লক্ষ্য কৰি লোৱা ভাষা শব্দবোৰক তালিকালৈ উভতাই টানি নিব পাৰি।
  • এটা পদত যদি বাৰম্বাৰ উল্লেখ কৰা শব্দবোৰ আছে, তেন্তে নিশ্চীত্ব হব যেন কেৱল সেই শব্দবোৰকে যি মূল ভাষা পদৰ অৰ্থৰ অংশৰ সৈতে সংযোক্ত স্হাপন কৰা বোৰ হে যেন টনা হয়। ইয়াৰ পাছত বাৰম্বাৰ উল্লেখ কৰা শব্দবোৰক মূল পদৰ সেই ঠাইলৈ টানি নিয়ক যত সেই অৰ্থটি দুহাৰা হৈছে।
  • যেতিয়া লক্ষ্য কৰা ভাষাৰ একেই শব্দ এটা পদত এবাৰতকৈ অধিক বাৰ উল্লেখ হয়, তেন্তে শব্দৰ প্ৰতিটো উল্লেখৰ এটা সৰু উচ্চখচৰা সংখ্যা ইয়াৰ পিছত থাকিব। এই সংখ্যাই লক্ষ্য কৰা প্ৰতিটো দুহাৰা শব্দই শুদ্ধৰণি মূল শব্দৰ সৈতে শুদ্ধ শৃংঙ্খলাত সংযোগ কৰাত আপোনাক সহায় কৰিব।
  • আপুনি মূল ভাষাৰ শব্দবোৰ আৰু/বা লক্ষ্য কৰি লোৱা ভাষা শব্দবোৰক শব্দবোৰৰ গোটবোৰ গঠন কৰিবলৈ হয়তু যুক্ত কৰিবলগীয়া হব পাৰে যি বিলাকৰ সম অৰ্থবোৰ আছে। শাৰী কৰাৰ লক্ষ্য হৈছে লক্ষ্য কৰা ভাষাৰ শব্দবোৰৰ আটাইতকৈ সৰু গোটক মূল ভাষাৰ শব্দবোৰৰ আটাইতকৈ সৰু গোটৰ সৈতে মিল কৰোৱা যি বিলাকৰ একেই অৰ্থ আছে।

এটা পদৰ বাবে আপুনি যেতিয়া এই প্ৰক্ৰিয়া সমাপ্ত কৰিব, তেতিয়া ই দেখিবলৈ সহজ হব লাগিব যে এনে শব্দবোৰ হয়তু লক্ষ্য কৰা শব্দ ভৰাল বা মূল ভাষাৰ প্ৰতিছবিত বাদ পৰি থাকিব পাৰে।

  • লক্ষ্য কৰি লোৱা ভাষা শব্দবোৰ যদি থাকি গৈছে, ই এনে বুজাব পাৰে যে এনে কিবা এটা আছে যাক সংযোক্ত কৰা হৈছে যি অনুবাদৰ নহয়। বাকি ৰৈ যোৱা শব্দবোৰ যদি ভাববোধক সংবাদক প্ৰকাশ কৰে, তেন্তে সেইবোৰ প্ৰকৃততে উপৰঞ্চি নহয় আৰু ইয়াক শব্দ বা শব্দবোৰত শাৰী কৰিব পাৰি যি সেইবোৰে ব্যাখা কৰে।
  • মূল ভাষা শব্দবোৰৰ যদি বাকি ৰৈ যোৱা আছে, তেন্তে ই এনে বুজাব পাৰে যে অনুবাদক এই শব্দবোৰৰ এটা অনুবাদ সাঙুৰি লোৱাৰ প্ৰয়োজন আছে।
  • আপুনি যদি থিৰাং কৰিছে যে অনুবাদৰ এনে শব্দবোৰ আছে যি থাকিব নালাগিছিল বা মূল শাস্ত্ৰাংশৰ কিছুমান শব্দবোৰ বাদ পৰিছে, তেন্তে কোনোবা এজনে অনুবাদক শুদ্ধৰণি কৰিব লাগিব। অনুবাদত কি ভূল আছে তাক কোনোবা এজনক কবলৈ আপুনি হয়তু এটা মন্তব্য কৰিব পাৰে, বা আপুনি পোনাই শাৰী কৰা সঁজুলিত পোনপটিয়াকৈ শুদ্ধৰণি কৰিব পাৰে।

পোনাই শাৰী কৰা দৰ্শনবিদ্যা

পোনাই শাৰী কৰা সঁজুলিয়ে এটাৰ পৰা আনটোলৈ, এটাৰ পৰা বহুতলৈ, বহুতৰ পৰা এটালৈ, আৰু বহুতৰ পৰা বহুতৰ পোনোৱা শাৰীক সমৰ্থন কৰে। ইয়াৰ অৰ্থ হল যে এটা বা অধিক লক্ষ্য কৰি লোৱা শব্দবোৰে, যেনেকৈ অৰ্থৰ অতিকৈ শুদ্ধ পোনোৱা শাৰী পোৱাৰ আৱশ্যকতা আছে যিয়ে দুটা ভাষাৰ যোগেদি হস্তান্তৰ কৰিছিল। কিবা এটা প্ৰকাশ কৰিবলৈ মূল ভাষাতকৈ যদি লক্ষ্য কৰি লোৱা ভাষাই অধিককৈ বা অতিকৈ কম শব্দবোৰ ব্যৱহাৰ কৰে তেন্তে চিন্তা নকৰিব। কাৰণ ভাষাবোৰ পৃথক, যি আশা কৰিব পাৰি। পোনাই শাৰী কৰা সঁজুলিৰ সৈতে, আমি প্ৰকৃততেই অৰ্থক পোনাইছো, কেৱল শব্দবোৰক নহয়। ই অতিকৈ গুৰুত্বপূৰ্ণ যে লক্ষ্য কৰা অনুবাদে মূল বাইবেলৰ অৰ্থক ভালকৈ প্ৰকাশ কৰে, তেনে কৰিবলৈ কিমান শব্দবোৰৰ প্ৰয়োজন হব ই কোনো বিষয় নহয়। লক্ষ্য কৰা ভাষাৰ শব্দবোৰ শাৰী কৈ পোনোৱাৰ যোগেদি যিয়ে মূল ভাষাৰ অৰ্থক প্ৰকাশ কৰে, আমি চাব পাৰো যে অনুবাদত মূল ভাষাৰ অৰ্থ আছে নে নাই।

কাৰণ প্ৰতিটো লক্ষ্য কৰি লোৱা ভাষাৰ বাক্য গঠনৰ বাবে পৃথক পৃথক আৱশ্যকতাবোৰ আছে আৰু ভাববোধক সংবাদৰ যি পৰিমাণৰ আৱশ্যকতা আছে সেইয়া যোগান ধৰা উচিত, লক্ষ্য কৰি লোৱা ভাষাৰ এনে কিছুমান শব্দবোৰ প্ৰায় থাকে যি কোনো এটা মূল ভাষা শব্দবোৰৰ লগত সুবহু মিল নাথাকে। এই শব্দবোৰ যদি সংবাদ দিবলৈ তাত আছে যি অৰ্থ বুজাবৰ নিমিত্তে বাক্যক প্ৰয়োজন আছে, বা কিছুমান ভাববোধক সংবাদ যোগান ধৰিবলৈ প্ৰয়োজন আছে যি বাক্যটি বুজি পাবলৈ আৱশ্যক আছে, তেন্তে যোগান ধৰা লক্ষ্য কৰি লোৱা শব্দবোৰ মূল ভাষাৰ শব্দৰ সৈতে পোনোৱা উচিত যিয়ে সেইবোৰক বুজাই, বা সেইবোৰে ব্যাখা কৰাত যি সহায় কৰে।

লীন হোৱা আৰু লীন নোহোৱা নিৰ্দেশনাসমূহ

  • বহু সংখ্যক লক্ষ্য কৰা ভাষাৰ শব্দবোৰক এটা একক মূল ভাষাৰ শব্দৰ সৈতে শাৰী কৰিবলৈ, লক্ষ্য কৰা ভাষাৰ শব্দবোৰক সাধাৰণ ভাবে বাকচৰ তলত থকা বাচি লোৱা মূল ভাষাৰ শব্দত টানি ৰাখি থওক।
  • লক্ষ্য কৰি লোৱা ভাষাৰ শব্দক (শব্দবোৰক) যেতিয়া মূল ভাষাৰ শব্দবোৰৰ এটা সংযুক্তৰ সৈতে শাৰী কৰিবলৈ ইচ্ছা কৰা হয়, মূল ভাষাৰ শব্দবোৰৰ এটা সংযুক্তক প্ৰথমে অন্য মূল ভাষাৰ শব্দ স্বৰূপে একেটাই বাকচত টানি আনক। বহু সংখ্যক মূল ভাষাৰ শব্দবোৰক একেলগে এই ধাৰাত আগুৱাই নিব পাৰে।
  • পূৰ্ব্ব লীন কৰা মূল ভাষা শব্দবোৰক অলীন কৰিবলৈ, অতিকৈ সোঁফালে থকা মূল ভাষাৰ শব্দক অলপীয়া কৈ সোঁ ফালে টানি আনক। এটা সৰু পোনকৈ শাৰী কৰা বাকচ দেখা দিব, আৰু অলীন কৰা মূল ভাষাৰ শব্দক সেই বাকচত ৰাখিব পাৰে।
  • অতিকৈ বাওঁফালে থকা মূল ভাষাৰ শব্দকো মূল ভাষাৰ শব্দৰ নিচেই কাষত থকা বাকচলৈ টানি অনা আৰু ৰাখি থোৱাৰ যোগেদি অলীন কৰিব পাৰি।
  • যি কোনো লক্ষ্য কৰি লোৱা ভাষাৰ শব্দবোৰ যি মূল ভাষা শব্দৰ সৈতে পোনকৈ শাৰী কৰা হৈছিল, তাক শব্দৰ তালিকালৈ উভতাই দিয়ক।
  • মূল ভাষাৰ শব্দবোৰ উপযুক্ত শৃঙ্খলাত ৰাখি থোৱা উচিত। লীনে যদি ৩ টা বা অধিক মূল ভাষাৰ শব্দবোৰ থাকে, তেন্তে অতিকৈ সোঁপালে থকা মূল ভাষাৰ শব্দক প্ৰথমে অলীন কৰক। প্ৰথমে কেন্দ্ৰত থকা শব্দক (শব্দবোৰক) অলীন কৰাই মূল ভাষা শব্দবোৰক বিশৃঙ্খলতাৰ ফলাফল দিব পাৰে। যেতিয়া তেনে ঘটে, তেন্তে সেই বাকচত থকা বাকি থকা শব্দবোৰক অলীন কৰিব যাতে মূল ভাষাৰ শব্দবোৰ সিহঁতৰ মূল শৃঙ্খলতালৈ উপযুক্ত ভাবে উলটি যাব পাৰে।

শাৰী পোন কৰাৰ পাছত

এখন বাইবেল পুস্তকক আপুনি শাৰী পোন কৰা আৰু অনুবাদৰ বিষয়ে প্ৰশ্ন কৰা আৰু মন্তব্য দিয়াৰ পাছত, অনুবাদকৰণৰ দললৈ প্ৰশ্নবোৰ প্ৰেৰণ কৰাৰ হয়তু ই সময় হব পাৰে বা অনুবাদকৰণৰ দলৰ সৈতে সেইবোৰ আলোচনা কৰিবলৈ একেলগে গোট খাবলৈ পৰিকল্পনা কৰক। এই প্ৰক্ৰিয়াক সম্পূৰ্ণ কৰিবলৈ, পৃষ্ঠাৰ যত [সঠিকতাৰ পৰীক্ষাৰ বাবে পদক্ষেপ] (../vol2-backtranslation/01.md) আপুনি এৰি আহিছিল তালৈ উলটি যাওক।