as_ta/checking/important-term-check/01.md

8.6 KiB

মূলঅনুবাদত এটা অনুবাদ শব্দৰ পৰীক্ষা কেনেকৈ কৰা হয়

  • মূলঅনুবাদত স্বাক্ষৰকৰণ
  • আপুনি পৰীক্ষা কৰিব বিচৰা খচৰাটিক (বাইবেলৰ পুস্তক) বাচনি কৰক
  • আপুনি পৰীক্ষা কৰিব বিচৰা শব্দবোৰৰ শ্ৰেণী বা শ্ৰেণীবোৰক বাচনি কৰক
  • আপোনাৰ দুৱাৰমূখ ভাষাক বাচনি কৰক
  • "প্ৰচলিত ভাষাত" ক্লিক কৰক
  • নিৰ্দেশনাক অনুকৰণ কৰাৰ যোগেদি বাওঁফালে থকা শব্দবোৰৰ তালিকৰ মাধ্যমেদি কাৰ্য্য কৰক যি বাইবেল পদৰ সোঁফালে দেখা যায়।
  • উৎস শব্দক ভাল ধৰণে বুজি পাবলৈ, আপুনি নীলাৰ ভিতৰত থকা চুটি সংজ্ঞাক বা সোঁফালে চাৰিচুকীয়া চঁটাত থকা দীঘলটোক পঢ়িব পাৰে।
  • তালিকাত থকা শব্দ বা খণ্ডবাক্যৰ বাবে অনুবাদটি বাচনি কৰাৰ পাছত, "চেভত" ক্লিক কৰক।
  • অনুবাদশব্দৰ বাব বাচনি কৰা সংজ্ঞাটি এই প্ৰাসঙ্গিকতাত অৰ্থ বুজাই নে নাই বিবেচনা কৰক।
  • আপুনি যদি ভাবিছে যে অনুবাদশব্দৰ বাবে কৰা অনুবাদটি হৈছে এটা ভাল অনুবাদ, তেন্তে "চেভ ক্লিক কৰক আৰু অবিৰত ৰাখক।"
  • আপুনি যদি ভাবিছে যে পদৰ সৈতে সমস্যা আছে বা শব্দ বা খণ্ডবাক্যৰ বাবে অনুবাদটি যিহেতু ভাল হোৱা নাই, তেন্তে হয়তু পদটি ভাল কৰিবলৈ লিখি থওক, নাইবা কাৰোবাক কবলৈ এটা মন্তব্য কৰক যি জনে আপোনাৰ কৰ্মটি পুননিৰীক্ষণ কৰিব যি আপুনি ভাবিছে যে অনুবাদৰ ইয়াত হয়তু কিবা এটা ভুল হৈছে।
  • আপুনি যদি লিপিবদ্ধ কৰিছে, তেন্তে আপুনি আপোনাৰ বাচনিটি দুনাই কৰিবলগীয়া হব পাৰে।
  • আপুনি যেতিয়া আপোনাৰ লেখনি বা মন্তব্যক সামৰণি মাৰিছে, তেন্তে "চেভ ক্লিক কৰক আৰু অবিৰত ৰাখক।" আপুনি যদি এটা অনুবাদশব্দৰ বিষয়ে কেৱল এটা মন্তব্য হে কৰিব বিচাৰে আৰু ইয়াৰ বাবে বাচনি কৰিব নিবিচাৰে, তেন্তে ইয়াৰ পাছৰ পদলৈ যাবৰ বাবে বাওঁফালে থকা তালিকাৰ দ্বিতীয় পদত ক্লিক কৰক।

সকলো পদবোৰৰ বাবে বাচনি কৰা হোৱাৰ পাছত যত এটা অনুবাদশব্দ উল্লেখ আছে, সেই শব্দৰ বাবে থকা তালিকাক পুননিৰীক্ষণ কৰিব পৰা যায়। নিৰ্দেশনাৱলীবোৰ পুননিৰীক্ষকসকল বা অনুবাদকসকলৰ দলৰ বাবে অনুকৰণ কৰিবলৈ দিয়া হৈছে।

  • আপুনি এতিয়া অনুবাদবোৰৰ এখন তালিকা দেখা পাব যি প্ৰতিটো অনুবাদশব্দৰ তলত বাওঁফালে প্ৰতিটো অনুবাদশব্দৰ বাবে প্ৰস্ত্তত কৰা হৈছে। আপুনি যদি দেখা পায় যে অনুবাদশব্দটি বিভিন্ন পদত বিভিন্ন ধৰণে অনুবাদ কৰা হৈছে, তেন্তে আপুনি সেই ঠাইবোৰ চাবলৈ পুননিৰীক্ষণ কৰিবলৈ বিচাৰিব পাৰে যিবোৰৰ প্ৰাৰ্থক্যতা আছে যে প্ৰতিটো প্ৰাসঙ্গিকতাত লক্ষ্য কৰি লোৱা ব্যৱহাৰ কৰা সংজ্ঞাটি শুদ্ধটো আছিল নে নাই।
  • আপুনি যি কোনো মন্তব্যকো পুননিৰীক্ষণ কৰি চাব বিচাৰিব পাৰে যি অন্য লোকৰ দ্বাৰাই কৰা হৈছিল। ইয়াক কৰিবলৈ, "তালিকাৰ" সোঁফালে ওপৰৰ বাওঁফালে থকা ঠোলা সংকেতত ক্লিক কৰক। শব্দ "মন্তব্যবোৰৰ" সৈতে, এখন তালিকা খোল খাব।
  • "মন্তব্যবোৰৰ" পাছত থকা বাকচত ক্লিক কৰক। ই সকলো পদবোৰক এনে কৰিব যিবোৰৰ মন্তব্য নাই সেইবোৰ নেদেখা হৈ পৰিব।
  • মন্তব্যবোৰ পঢ়িবলৈ, তালিকাত থকা প্ৰথম পদটিত ক্লিক কৰক।
  • "মন্তব্যত" ক্লিক কৰক
  • মন্তব্যটি পঢ়ক, আৰু ইয়াৰ বিষয়ে আপুনি কি কৰিব সিদ্ধান্ত লওক।
  • আপুনি যদি পদত এটা শুদ্ধৰণি কৰিবলৈ সিদ্ধান্ত লয়, তেন্তে "নাকচত" ক্লিক কৰক আৰু ইয়াৰ পাছত "শুদ্ধৰণি পদ।" এনে কৰাই এটা সৰু পৰ্দা খোল খোৱাব যত আপুনি পদটিক শুদ্ধৰণি কৰিব পাৰে।
  • আপুনি যেতিয়া শুদ্ধৰণি কৰাটো সমাপ্ত কৰিছে, সলনিৰ বাবে কাৰণক বাচনি কৰক, আৰু ইয়াৰ পাছত "চেভত" ক্লিক কৰক।
  • এই প্ৰক্ৰিয়াক বাহাল ৰাখক যেতিয়ালৈকে আপুনি সকলো মন্তব্যবোৰত কাৰ্য্য কৰি নলয় যিবোৰ আপোনাৰ বাবে ৰাখি থোৱা হৈছিল।

আপুনি যদি অনিশ্চয়তা হয় যে এটা নিৰ্দিষ্ট অনুবাদশব্দৰ বাবে এটা অনুবাদ এটা নিৰ্দিষ্ট প্ৰাসঙ্গিকতাত শুদ্ধ হয়, তেন্তে অনুবাদশব্দৰ পৃষ্ঠাৰ সৈতে পৰামৰ্শ কৰিলে হয়তু সহায়ক হব যে অনুবাদকসকলৰ দলে ইয়াক কৰিছে তেওঁলোকে যেনেকৈ অনুবাদক সৃষ্টি কৰিছিল। আপুনি হয়তু অনুবাদকসকলৰ দলৰ অন্য লোকৰ সৈতেও এটা কঠিন সংজ্ঞাক আলোচনা কৰিবলৈ বিচাৰিব পাৰে আৰু এটা সমাধান বিচাৰিবলৈ একেলগে চেষ্টা কৰিব পাৰে। কিছুমান পৰিস্হিতিবোৰত আপুনি হয়তু অন্য সংজ্ঞা ব্যৱহাৰ কৰিবলগীয়া হব পাৰে, বা অনুবাদশব্দৰ সৈতে যোগসম্পন্ন কৰিবলৈ অন্য উপায় বিচাৰিব পাৰে, যেনেকৈ এটা দীঘল খণ্ডবাক্য ব্যৱহাৰ কৰি।