as_ta/checking/church-leader-check/01.md

5.2 KiB

মণ্ডলীৰ নেতাসকলৰ যোগেদি শুদ্ধতাৰ পৰীক্ষাকৰণ

সমাজৰ সদস্যসকলৰ যোগেদি স্পষ্টতা আৰু স্বাভাৱিকতাৰ বাবে পৰীক্ষা কৰি চোৱাৰ পাছত, শুদ্ধতাৰ বাবে ইয়াক মণ্ডলীৰ নেতাসকলৰ যোগেদি পৰীক্ষা কৰা হব। মণ্ডলীৰ এই নেতাসকলৰ বাবে এইবোৰ হৈছে নিৰ্দেশনাৱলী যি সকলে শুদ্ধতাৰ পৰীক্ষা কৰিব। তেওঁলোকে লক্ষ্য কৰি লোৱা ভাষাৰ মাতৃ ভাষাত কথা কওঁতা লোক হোৱা উচিত আৰু অন্যতম এটা ভাষাক ভাল ধৰণে বুজি পোৱাটোও আৱশ্যক যি ভাষাত উৎস শাস্ত্ৰাংশটি পাব পৰা যায়। তেওঁলোকে একেই লোক হোৱাটো অনুচিত যি সকলে অনুবাদ কৰিছিল। তেওঁলোকে মণ্ডলীৰ নেতা হোৱা উচিত যি সকলে বাইবেল ভাল ধৰণে বুজি পায়। সাধাৰণতে এই পুননিৰীক্ষণ কৰোতাসকল পালকসকল হয়। মণ্ডলীৰ এই নেতাসকল ভাষা সমাজৰ যি মান পাৰি বিভিন্ন মণ্ডলীৰ যোগাযোগত থকা অনেক নেতাসকল হোৱা উচিত।

এই পুননিৰীক্ষণ কৰোতাসকলে এই পদক্ষেপবোৰ অনুকৰণ কৰা উচিতঃ

১. নিশ্চীত্ব কৰিবলৈ অনুবাদৰ নিৰ্দেশনাৱলী পঢ়ক যাতে অনুবাদটি ইয়াৰ সৈতে সহমত হয় যেনেকৈ তেওঁলোকে অনুবাদক পুননিৰীক্ষণ কৰিব। ১. অনুবাদক বা অনুবাদকৰণ দলৰ বিষয়ে থকা প্ৰশ্নবোৰৰ উত্তৰ দিয়ক যি বোৰ অনুবাদকৰ অৰ্হতাসমূহত পোৱা যায়। ১. গ্ৰহণযোগ্য আৰ্হীত প্ৰশ্নবোৰ সোধাৰ যোগেদি অনুবাদটি এটা আৰ্হীত কৰা হৈছে নে নাই প্ৰমাণিত কৰক যি লক্ষ্য কৰি লোৱা শ্ৰুতাসকলৰ বাবে গ্ৰহণযোগ্য হয়। ১. শুদ্ধতা পৰীক্ষাৰ নিৰ্দেশনাৱলী অনুকৰণ কৰাৰ যোগেদি প্ৰমাণিত কৰক যে অনুবাদটিয়ে উৎস শাস্ত্ৰাংশৰ অৰ্থক শুদ্ধতাৰে যোগাযোগ কৰিব পাৰিছে। ১. সম্পূৰ্ণ অনুবাদত নিৰ্দেশনাৱলী অনুকৰণ কৰাৰ যোগেদি অনুবাদ সম্পূৰ্ণ কৰা হৈছে। ১. আপোনালোকৰ পাছত, শুদ্ধতাৰ পৰীক্ষকসকলে, বাইবেলৰ কেইবাটাও অধ্যায়বোৰ বা এখন পুস্তক পুননিৰীক্ষণ কৰিছিল, অনুবাদকসকলৰ দলৰ সৈতে লগ কৰি আৰু আপোনালোকে আৱিস্কাৰ কৰা প্ৰতিটো সমস্যাৰ বিষয়ে সুধিছিল। অনুবাদকসকলৰ দলৰ সৈতে আলোচনা কৰিছিল যে তেওঁলোকে প্ৰতিটো সমস্যা সমাধানৰ কেনেকৈ অনুবাদটি সাল-সলনি কৰিছিল। অনুবাদকসকলৰ দলৰ সৈতে পিছৰ সময়ত গোট খাবলৈ আচঁনি প্ৰস্ত্তত কৰক, তেওঁলোকে অনুবাদটিক সাল-সলনি কৰিবলৈ সময় থাকোতে আৰু সমাজৰ সৈতে ইয়াক পাছত পৰীক্ষা কৰক। ১. তেওঁলোকে সমস্যাবোৰ সমাধান কৰিলে নে নাই তাক প্ৰমাণিত কৰিবলৈ অনুবাদকসকলৰ দলৰ সৈতে পুনৰ গোট খাওক। ১. নিশ্চীত্ব কৰিব যেন অনুবাদটি শুদ্ধতা নিশ্চীত্বকৰণৰ পৃষ্টাত ভাল হৈছে