as_ta/checking/acceptable/01.md

3.0 KiB

এটা গ্ৰহণযোগ্য ধৰণত অনুবাদকৰণ

আপুনি যেনেকৈ নতুন অনুবাদ পঢ়ি যায়, এই প্ৰশ্নবোৰ নিজকে সোধক। এই প্ৰশ্নবোৰ হৈছে যিয়ে অনুবাদক এটা ধৰণত কৰা হৈছে নে নাই তাক থিৰাং কৰাত সহায় কৰে যি সেই ভাষাৰ সমাজৰ বাবে গ্ৰহণযোগ্য হয়ঃ

১. সেই অনুবাদক এনে ধৰণে লিখা হৈছে নে যাক সহজে সেই ভাষা সমাজৰ দুয়ো যুৱ আৰু বয়সস্হ সদস্যসকলৰ যোগেদি বুজিব পৰা যায়? (কোনোবা এজনে যেতিয়াই কথা কয়, তেওঁলোকে এজন বয়সত সৰু বা এজন বয়সস্হ শ্ৰুতাৰ বাবে যি কোনো এটা তেওঁলোকৰ শব্দৰ বাচনিৰ বাবে সলনি কৰি লব পাৰে ১. এই অনুবাদৰ ধৰণটি অধিক ভাবে নিয়মত বা অনিয়মত হৈছে? (কথা কোৱাৰ ধৰণটি স্হানীয় সমাজৰ লোকে ভাল পোৱা ধৰণ হয় নে, বা ই অধিক ভাবে বা কমকৈ নিয়মত হোৱা উচিত?) ১. অনুবাদে এনে বহুতো শব্দ ব্যৱহাৰ কৰিছে নে যি অন্য ভাষাৰ পৰা লোৱা হৈছে, বা এই শব্দবোৰ ভাষা সমাজৰ বাবে গ্ৰহণযোগ্য হয় নে? ১. লেখক গৰাকীয়ে ভাষাৰ উপযুক্ত নিয়ম ব্যৱহাৰ কৰিছে নে যি বিস্তাৰিত ভাষা সমাজৰ বাবে গ্ৰহণযোগ্য হয়? লেখক গৰাকী সেই গোটেই অঞ্চলত প্ৰচলিত আপোনাৰ ভাষাৰ দোৱানৰ সৈতে পৰিচিত হয় নে? লেখক গৰাকীয়ে ভাষাৰ এটা নীতি ব্যৱহাৰ কৰিছে নে যি ভাষা সমাজৰ সকলো লোকে ভাল ধৰণে বুজি পায়, বা তেওঁ এনে এটা নীতি ব্যৱহাৰ কৰিছে যি কেৱল এটা সৰু অঞ্চলত ব্যৱহাৰ হৈছিল?

অনুবাদে ভাষাক ভূল ধৰণে ব্যৱহাৰ কৰাৰ এনে এটা ঠাই যদি আছে, তাক মনত ৰাখিব যাতে আপুনি অনুবাদক দলৰ সৈতে আলোচনা কৰিব পাৰে।