as_tw/bible/other/bookoflife.md

2.2 KiB

জীৱন পুস্তক

সংজ্ঞা:

“জীৱন পুস্তক” শব্দটো ব্যৱহাৰ কৰা হয় যি সকল লোকক এওঁ উদ্ধাৰ কৰিছে আৰু অনন্ত জীৱন দিছে, সেই লোকসকলৰ নাম ঈশ্বৰে ইয়াত লিখা আছে বুলি উল্লেখ কৰিছে৷

  • আপ্তবাক্যই উল্লেখ কৰে এই কিতাপ খন “মেৰ পোৱালীৰ জীৱনৰ পুস্তক”৷ ইয়াক এইদৰেও অনুবাদ কৰিব পাৰি যেনে, “ঈশ্বৰৰ মেৰ পোৱালী যীচুত অধিকাৰভুক্ত জীৱনৰ কিতাপ”৷ ক্ৰুচত যীচুৰ হোৱা বলিদানে মানুহৰ পাপৰ বাবে ভৰিবলগীয়া দণ্ডৰ মূল্য দিলে, গতিকে তেওঁক বিশ্বাস কৰাৰ যোগেদি মানুহৰ অনন্ত জীৱন আছে৷
  • “পুস্তক” শব্দটোৰ অৰ্থ “নুৰিওৱা পুথি” বা “পত্ৰ” বা “লিখনি” বা “আইনগত তথ্য” হ’বও পাৰে৷ এইতো হয়তো আক্ষৰিক বা ৰূপক অৰ্থত হ’ব পাৰে৷

(পুনৰ চাওক: অনন্তকাল, মেৰ পোৱালী, জীৱন, বলিদান, নুৰিওৱা পুথি)

বাইবেল নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2416, H5612, G976, G2222