as_tw/bible/other/scroll.md

2.0 KiB

নুৰিয়া, নুৰিয়া নথিপত্ৰ

সংজ্ঞা:

প্ৰাচীন সময়ত, নুৰিয়া আছিল নলখাগড়ি বা ছালেৰে প্ৰস্তুত এবিধ দীঘল, নুৰিয়াই থব পৰা এখিলা পাত।

  • মানুহে নুৰিয়াত লিখাৰ বা পঢ়াৰ পাছত তাক ওপৰৰ পৰা তলৰ লাঠিলৈকে নুৰিয়াই থোৱা হয়।
  • আইনগত নথিপত্ৰ আৰু শাস্ত্ৰৰ বাবে নুৰিয়া ব্যৱহাৰ কৰা হৈছিল।
  • কিছুমান সময়ত বাৰ্ত্তাবাহকৰ যোগেদি নুৰিয়া সমূহ এঠাৰে মোহৰ মাৰি পঠোৱা হৈছিল। যদি নুৰিয়া গ্ৰহণ কৰালৈকে এঠা লাগি থাকে তেনেহলে গ্ৰহণ কৰাজনে বুজি পায় যে, নুৰিয়াখন পঢ়িবলৈ বা লিখিবলৈ কোনো খুলা নাই যিহেতু তাত মোহৰ মাৰি থোৱা আছে।
  • হিব্রু শাস্ত্রে লেখা আছে এমন সব গ্রন্থে, যা সিনাগগে উচ্চস্বরে পঠিত হয় ।

(আৰু চাওক: মোহৰ, চিনাগগ, ঈশ্বৰৰ বাক্য)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H4039, H4040, H5612, G974, G975