as_tw/bible/other/seal.md

2.0 KiB

মোহৰ, seals, মোহৰ মৰা, মোহৰ খোলা বা ভঙ্গা

সংজ্ঞা:

মোহৰ মৰাৰ অৰ্থ কিবা এটা দি বন্ধ কৰা যাক নাভাঙিলে খুলিব নোৱাৰি।

  • বহু সময়ত কাৰ মোহৰ হয় তাক প্ৰকাশ কৰিবলৈ মোহৰত নক্সা অঁকা থাকে।
  • চিঠি পত্ৰ বা অন্যান্য নথি পত্ৰ ৰক্ষা কৰি ৰাখিবলৈ মোহৰত তৰল এঠা ব্যৱহাৰ কৰা হৈছিল। যেতিয়া এঠাটো ঠাণ্ডা হৈ টান হৈছিল তেতিয়া সেই মোহৰ নভঙালৈকে চিঠিখন খুলিব নোৱাৰিছিল।
  • যীচুৰ কবৰৰ সন্মুখৰ দুৱাৰত শিলৰ ওপৰত মোহৰ মৰা হৈছিল, যাতে কোনোৱে সেই শিল তাৰ পৰা আতৰায় নিদিয়ে।
  • বাস্তৱিকভাৱে পৌলে পবিত্ৰ আত্মাক "মোহৰ" বুজাইছিল স্বৰূপে আমাৰ পৰিত্ৰাণেই উদ্ধাৰ তাক প্ৰকাশ কৰিবলৈ

(আৰু চাওক: পবিত্ৰ আত্মা, কবৰ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2368, H2560, H2856, H2857, H2858, H5640, G2696, G4972, G4973