as_tw/bible/other/bear.md

3.1 KiB

প্ৰসব কৰা, গৰ্ভধাৰণ কৰা, জন্মদান, উৎপাদক

তথ্যবোৰ:

“প্ৰসব কৰা” শব্দটো আক্ষৰিক অৰ্থত কেতিয়াবা “বহন কৰা” এনেদৰে বুজাই৷ এই শব্দটো এনেদৰে আক্ষৰিক অৰ্থত আন বহু ধৰণে ব্যৱহাৰ হয়৷

  • যেতিয়া এজনী মহিলাই প্ৰসব কৰিলে বুলি কোৱা হয়, এইটোৱে বুজাই যে এটা সন্তান “জন্ম দিয়া” হ’ল৷
  • এইদৰে “চাপ বহন কৰা”ৰ অৰ্থ হ’ল “জটিল বিষয় কিছুমানৰ অভিজ্ঞতা”৷ এই জটিল বিষয়ৰ ভিতৰত শাৰীৰিক বা মানসিক ক্লেশ তাড়নাবোৰো অন্তৰ্গত৷
  • “ফল প্ৰসব কৰা” বাইবেলৰ শাধাৰণ প্ৰকাশভংগী, ইয়াৰ অৰ্থ হ’ল “ফল উৎপাদন কৰা” বা “ফল ৰাখা”৷
  • “সাক্ষ্য ধাৰণ কৰা” প্ৰকাশভংগীৰ অৰ্থ হ’ল “সাক্ষ্য দিয়া” বা “যি কোনো দেখিলা বা কি অভিজ্ঞতা পালা তাৰে তথ্য দিয়া”৷
  • “এজন পুত্ৰই তেওঁৰ পিতৃৰ অপৰাধ বহন নকৰে” এই বিবৃতিটোৰ অৰ্থ হ’ল, তেওঁৰ পিতৃৰ পাপৰ বাবে “দায়ী নহয়” বা “দণ্ডিত নহয়”৷
  • সাধাৰণতে এই বিষয়টো প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি “বহন কৰা” বা “দায়িত্ব লোৱা” বা “উৎপাদন কৰা” বা “আছে” বা “সহন কৰা”, এনেদৰে অনুবাদ কৰিব পাৰি৷

(অনুবাদ উপদেশবোৰ: নামবোৰ অনুবাদ কৰা)

(পুনৰ চাওক: চাপ, এলিচা, সহন কৰা, ফল, অপৰাধ, লিখিত তথ্য, ভেড়া, শক্তি, সাক্ষ্য, সাক্ষ্য)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2232, H3201, H3205, H5187, H5375, H5445, H5449, H6030, H6509, H6779, G142, G399, G430, G503, G941, G1080, G1627, G2592, G3114, G3140, G4064, G4160, G4722, G4828, G4901, G5041, G5088, G5297, G5342, G5409, G5576