as_tw/bible/names/terah.md

1.7 KiB

তেৰহ

বাস্তৱ:

তেৰহ নোহৰ পুত্ৰ চেমৰ ৰ সতি সন্ততি আছিল. তেওঁ আব্ৰাহাম, নাহৰ আৰু হাৰণৰ ডেউতাক আছিল.

  • তেৰহ কনান দেশলৈ লৈ যাবলৈ তেওঁৰ পুত্ৰ আব্ৰাম, ভাগিন লূট, আৰু আব্ৰামৰ পত্নী চাৰা সৈতে তেখেতৰ উৰ ত থকা ঘৰ ত্যাগ কৰিছিল.
  • কনানলৈ যোৱাৰ পথত তেৰহ আৰু তেখাতৰ পৰিয়ালটো মেচোপটেমিয়াৰ হাৰণ নগৰত বহু বছৰ বাস কৰিছিল. তেৰহ ৰ 205 বছৰ বয়সত হাৰণৰ মৃত্যু ঘতিছিল.

(অনুবাদ পৰামৰ্শ: কেনেকৈ নামবিলাক অনুবাদ কৰিব)

(আৰু চাওক: আব্ৰাহাম, কনান, হাৰাণ, লূট, মেচোপটেমিয়া, নাহৰ, চাৰা, চেম, উৰ)

বাইবেলত উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8646, G2291