as_tw/bible/names/shem.md

1.9 KiB

চেম

বাস্তৱ:

নোহৰ তিনিজন পুত্ৰৰ মাজত চেম এজন পুত্ৰ আছিল, বিশ্বব্যাপী জলপ্লাৱনৰ সময়ত তেওঁলোক সকলোৱে নোহৰ সৈতে জাহাজত সোমাইছিল আদিপুস্তকত এই বিষয়ে ব্যাখ্যা কৰা আছে।

  • চেম অব্ৰাহামৰ পূৰ্ব্বপুৰুষ আছিল আৰু তেওঁৰ বংশধৰ আছিল।
  • চেমৰ বংশধৰ সকল বুলি জনাজাত আছিল; তেওঁলোকে "Semitic" ভাষা কৈছিল যেনে ইব্ৰী আৰু আৰবীয়।
  • বাইবেলত উল্লেখিত যে চেম প্ৰায় ৬০০ বছৰ জীয়াই আছিল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: অব্ৰাহাম, আৰব, জাহাজ, জলপ্লাৱন, নোহ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8035, G4590