as_tw/bible/names/ur.md

1.7 KiB

উৰ

বাস্তৱ:

মেচপটামিয়াৰ এটা অংশ কলদীয়া প্ৰদেশৰ প্ৰাচীন নদী ইফ্ৰাটাচ ওচৰাওচৰি থকা এটা গুৰুত্বপূৰ্ণ চহৰ আছিল উৰ। এই অঞ্চল এতিয়া ইৰাক আধুনিক দিনৰ দেশত অৱস্থিত আছিল।

  • উৰ চহৰৰ পৰা অব্ৰাহাম আছিল আৰু তাৰ পৰাই ঈশ্বৰে তেওঁক কনান দেশলৈ বাস কৰিবলৈ যাবলৈ কৈছিল।
  • অব্ৰাহামৰ ভায়েক হাৰণ আৰু লোটৰ পিতৃৰ মৃত্যু উৰত হৈছিল। সম্ভবত লোট প্ৰভাবিত উপাদনৰ বাবে অব্ৰাহামৰ সৈতে উৰত বাস কৰিছিল।

(অনুবাদ পৰামৰ্শ : নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: অব্ৰাহাম, কনান, কলদীয়া, ইফ্ৰাত নদী, হাৰণ, লোট, মেচপটামিয়া)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H218