as_tw/bible/names/sarah.md

2.6 KiB

চাৰা, চাৰি

বাস্তৱ:

  • চাৰা অব্ৰাহামৰ ভাৰ্যা আছিল।
  • তেওঁৰ নাম প্ৰথমত "চাৰি," আছিল কিন্তু ঈশ্বৰে তাক সলনি কৰি "চাৰা" কৰিছিল।
  • চাৰাই ইচাহাকক জম্ন দিছিল, ঈশ্বৰে অব্ৰাহামক আৰু চাৰাক এই সন্তান দিবলৈ প্ৰতিজ্ঞা কৰিছিল।

(অনুবাদ পৰামৰ্শ: নামবোৰ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: অব্ৰাহাম, ইচাহাক)

বাইবেল উল্লেখিত:

বাইবেলৰ কাহিণীবোৰৰ পৰা উদাহৰণ:

  • 05:01 "অব্ৰাহামৰ ভাৰ্যা, চাৰি, তেওঁক কৈছিল, "মই বহু বৃদ্ধা হলো আৰু এতিয়াও ঈশ্বৰে মোক সন্তান নিদিলে, এইয়া ইয়াত মোৰ দাসী হাগাৰ আছে। তাইক বিয়া পাতা যাতে তাই মোলৈ সন্তান জন্ম দিয়ে।"
  • 05:04 "'তোমাৰ ভাৰ্যা, চাৰি, এটি পুত্ৰ পাব—সি প্ৰতিজ্ঞাৰ পুত্ৰ হব'"
  • 05:04 "ঈশ্বৰে চাৰিৰ নামো সলনি কৰি চাৰা থলে,যাৰ অৰ্থ প্ৰতিজ্ঞা"
  • 05:05 "প্ৰায় এবছৰ পাছত, যেতিয়া অবাৰাহামৰ ১০০বছৰ বয়স আৰু চাৰাৰ ৯০ বছৰ আছিল তেতিয়া চাৰাই অব্ৰাহামৰ পুত্ৰক জন্ম দিছিল। ঈশ্বৰে কোৱাৰ দৰে তেওঁলোক সন্তানটিৰ নাম ইচহাক থলে।

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8283, H8297, G4564