as_tw/bible/names/shiloh.md

2.7 KiB

চিলোহ

বাস্তৱ:

যিহোচূৱাৰ নেতৃত্বত ইস্ৰায়েলীসকলে জয় কৰা চহৰ আছিল চিলোহ, চিলোহ এটা দেৱালঘেৰি থকা কনানীয়া চহৰ আছিল,

  • চিলোহ যৰ্দ্দন নদীৰ পশ্চিম দিশত আৰু বেথেল চহৰৰ দক্ষিণ দিশত অৱস্থিত আছিল।
  • ইস্ৰায়েলক যিহোচূৱা নেতৃত্ব দিয়া সময়ত চিলোহ ইস্ৰায়েলী লোকসকলৰ সাক্ষাত কৰা ঠাই আছিল।
  • ইস্রায়েলের বারোটি গোষ্ঠী শীলেরে একসঙ্গে মিলিত হয়েছিল । যিহোশূয় তাদের প্রত্যেকের জন্য কনান দেশের একটি অংশ নিযুক্ত করেছিলেন ।
  • যিৰূচালেমত কোনো মন্দিৰ নিৰ্মাণ হোৱাৰ আগতে, ইস্ৰায়েলী লোকসকলে চিলোহত নৈবেদ্য উতস্বৰ্গ কৰিবলৈ আহিছিল।
  • চামূৱেল যেতিয়া যুৱক অৱস্থাত আছিল, যিহোৱাক কাৰ্য কৰাৰ বাবে পুৰোহিত এলিয়াৰ দ্বাৰাই প্ৰশিক্ষণ লবলৈ তেওঁৰ মাতৃ হান্না তেওঁক চিলোহত আনিছিল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: বেথেল, উতস্বৰ্গিত, হান্না, যিৰূচালেম, যৰ্দ্দন নদী, পুৰোহিত, নৈবেদ্য, চামূৱেল, মন্দিৰ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H7886, H7887