as_tw/bible/kt/temple.md

6.5 KiB

মন্দিৰ

সংজ্ঞা:

মন্দিৰৰ বেৰ আৰু বাৰান্দাৰে আৱৰা এটা ঘৰ আছিল যত ইশ্ৰায়েল জাতিয়ে প্ৰাৰ্থনা কৰিবলৈ আৰু ঈশ্বৰৰ কাৰণে ত্যাগ আগবহাবলৈ আহিছিল. ই জেৰুজেলাম নগৰৰ মাউন্ট মৰিয়াত অৱস্থিত আছিল.

  • "মন্দিৰ " শব্দটোৱে প্ৰায় মুল ঘৰটোক আৱৰি থকা বাৰান্দাকে ধৰি সমস্ত মন্দিৰ ক বুজাই. মাজেসময়ে ই মাত্ৰ ঘৰটোক বুজাইছিল.
  • মন্দিৰ ঘৰটোত দুটা কোঠা এটা আছিল প্ৰৱিত্ৰ ঠাই আৰু আনটো আছিল আটাইতকৈ প্ৰৱিত্ৰ ঠাই.
  • ঈশ্বৰে মন্দিৰক তেওঁ থকা ঠাই বুলি কৈছিল।
  • ৰজা চলমনে তেখেতৰ শাসনকালত মন্দিৰ নিৰ্মান কৰিছিল. এটা স্থায়ী স্থান যিৰূচালেমত আৰাধনা কৰিব খুজিছিল।
  • নতুন নিয়মত " প্ৰৱিত্ৰ আত্মাৰ মন্দিৰ" শব্দটো যীচু বিশ্বাসীসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয় কাৰণ প্ৰৱিত্ৰ আত্মা তেওঁলোকৰ লগত বাস কৰে.

অনুবাদ পৰামৰ্শ:

  • সাধাৰণতে যেতিয়া মানুহবিলাক মন্দিৰত আছিল বুলি লিখা যায়, ই ঘৰটোৰ বাহিৰৰ বাৰান্দাক বুজায়। ইয়াক মন্দিৰৰ বাৰান্দাত থকা বা মন্দিৰ গৃহত থকা বুলিও অনুবাদ কৰিব পাৰি।."
  • এইটো বিশেষভাৱে সমাজ নিজকে বুজায় যত কিছু অনুবাদ "মন্দিৰ" ৰ দৰে "মন্দিৰ ভৱন," স্পষ্ট উল্লেখ কৰাৰ বাবে।
  • " মন্দিৰ "অনুবাদ কৰা দিশত "ঈশ্বৰৰ প্ৰৱিত্ৰ ঘৰ" অথবা "পবিত্ৰ আৰাধনা ঠাই." অন্তৰ্ভুক্ত কৰিব পাৰে।
  • বাইবেলত প্ৰায়ে মন্দিৰক "যিহোৱা ৰ ঘৰ " বা " ঈশ্বৰৰ ঘৰ." বুলি কোৱা হয়

(আৰু চাওক: ত্যাগ, চলমন, বেবিলন, প্ৰৱিত্ৰ আত্মা, আবাস স্থান, বাৰান্দা, চিয়োন, ঘৰ)

বাইবেলত উল্লেখিত:

বাইবেলৰ কাহিনীবিলাকৰ পৰা উদাহৰণ:

  • 17:06 ডেভিদে এটা মন্দিৰ সাজিব খুজিছিল যত সকলো ইস্ৰায়েলী লোকঈশ্বৰক আৰাধনা কৰিব পাৰে আৰু বলি উৎস্বৰ্ঘ কৰিব পাৰে।
  • 18:02 জেৰুজেলামত চলমনে মন্দিৰ নিৰ্মান কৰিছিল যিটো তেওঁৰ দেউতাক ডেভিদে পৰাকল্পনা কৰিছিল আৰু নিৰ্মান সামগ্ৰীবিলাক গোটাইছিল. ইয়াৰ পৰিবৰ্তে সাক্ষাত কৰা তম্বুত লোকসকলে এতিয়া ঈশ্বৰক উপসনা আৰু তেওঁলৈ উৎস্বৰ্গ আনি আছিল। ঈশ্বৰ আৰু মন্দিৰত উপস্থিত আছিল, আৰু তেওঁ তাত তেওঁৰ লোকসকলৰ সৈতে আছিল।
  • 20:07 তেওঁলোকে (বাবিলীয়া) জেৰুজেলাম নগৰখন দখল কৰিছিল, মন্দিৰ ধ্বংস কৰিবলৈ, আৰু সকলো ধন সম্পত্তি কাড়ি লৈছিল।
  • 20:13 যেতিয়া লোকসকলে যিৰূচালেম উপস্থিত হৈছিল, তেওঁলোকে মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু চহৰৰ চাৰিওফালে আৰু মন্দিৰৰ চাৰিওফালে দেৱাল দিছিল।
  • 25:04 তেতিয়া চয়তান যীচুক মন্দিৰৰ অতি ওখ ঠাইলৈ লৈ গল আৰু কলে, "যদি তুমি ঈশ্বৰৰ সন্তান, নিজকে তললে পেলাই দিয়া, কাৰণ লিখা আছে, ' তোমাৰ ভৰি যাতে শিলত খুন্দা নাখায় তাৰ বাবে তোমাক কাড়ি ধৰিবলৈ ঈশ্বৰে তেওঁৰ দূতসমূহক আদেশ দিব।
  • 40:07 যেতিয়া তেওঁৰ মৃত্যু হৈছিল, তেতিয়া তাত ভূমীকম্প হৈছিল আৰু মানুহৰ আৰু ঈশ্বৰৰ মাজৰ থকা মন্দিৰৰ আঁৰকাপোৰ ওপৰৰ পৰা তললৈকে ফালি গল।

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1004, H1964, H1965, H7541, G1493, G2411, G3485