as_tw/bible/names/samuel.md

2.6 KiB

চামূৱেল

বাস্তৱ:

চামূৱেল এজন ভাববাদী আৰু ইস্ৰায়েল জাতিৰ অন্তিম বিচাৰক আছিল। চৌল আৰু দায়ূদ দুয়োজনক তেওঁ ইস্ৰায়েল জাতিৰ ৰজা অভিষেক কৰিছিল।

  • চামূৱেল ৰামা চহৰত ইলকানা আৰু হান্না পৰা জন্ম লৈছিল।
  • হান্না বাঁজী আছিল, সেয়ে ঈশ্বৰে তেওঁক পুত্ৰ এটি দিয়ে তাৰ বাবে তেওঁ দৃঢ়তাৰে প্ৰাৰ্থনা কৰিছিল। সেই প্ৰাৰ্থনাৰ উত্তৰ আছিল চামূৱেল।
  • হান্নাই প্ৰতিজ্ঞা কৰিছিল, তেওঁৰ প্ৰাৰ্থনা শুনি যদি ঈশ্বৰে উত্তৰত তেওঁক এটি পুত্ৰ সন্তান দিয়ে তেনেহলে তেওঁ সেই সন্তানক যিহুৱালৈ উতসৰ্গ কৰিব।
  • চামূৱেল যেতিয়া যুৱক অৱস্থাত আছিল, হান্নাই তেওঁৰ প্ৰতিজ্ঞা সম্পন্ন কৰিবলৈ তেওঁক মন্দিৰলৈ এলিয়া ভাববাদীক সহায় কৰি তেওঁৰ সৈতে জীৱন ধাৰণ কৰিবলৈ পঠিয়াই দিছিল।
  • ঈশ্বৰে চামূৱেলক মহান ভাববাদী হবলৈ ওপৰলৈ তুলি ধৰিলে।

(অনুবাদ পৰামৰ্শ: নামবোৰ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: হান্না, বিচাৰক, ভাববাদী, যিহোৱা)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8050, G4545