as_ta/checking/vol2-steps/01.md

24 KiB

বলবথকৰণ পৰীক্ষাৰ বাবে পদক্ষেপবোৰ

মণ্ডলীসমূহৰ সহভাগিতাৰ প্ৰতিনিধিসকলে যেতিয়া বলবথকৰণৰ পৰীক্ষা কৰে তেতিয়া এইবোৰ হৈছে অনুকৰণ কৰিবলগীয়া পদক্ষেপবোৰ। এই পদক্ষেপবোৰে ধৰি লয় যে পৰীক্ষক গৰাকীৰ অনুবাদ বা অনুবাদক দলৰ সৈতে পোনপটিয়া যোগাযোগ আছে, আৰু যি দৰে পৰীক্ষক আৰু অনুবাদক দলে একেলগে অনুবাদটি পুননিৰীক্ষণ কৰে তেতিয়া মুখামুখিকৈ প্ৰশ্ন সুধিব পাৰে। এইয়া যদি সম্ভৱ নহয়, তেন্তে পৰীক্ষক গৰাকীয়ে অনুবাদক দলৰ বাবে পুননিৰীক্ষণ কৰিবলৈ প্ৰশ্নবোৰক লিখি লোৱা উচিত। এখন ছপা কৰা খচৰাৰ তলত কৰিব পৰা যায় বা এখন পৃষ্ঠাত, বা পচন্দঅনুসৰি, অনুবাদমূলৰ সাধাৰণ ৰূপত ব্যৱহাৰ কৰিব পাৰে।

পৰীক্ষা কৰাৰ পূৰ্ব্বে

১. কাহিনীৰ কোনটো যোৰাক বা বাইবেলৰ কোনটো শাস্ত্ৰাংশক আপুনি পৰীক্ষা কৰিব বিচৰে সময়ৰ পূৰ্ব্বেই বিচাৰি উলিয়াওক। ১. আপুনি বুজি পোৱা ভাষাবোৰৰ যি কোনো এটা ভাষাত কেইবাটাও সংস্কৰণ পঢ়ক, যদি সম্ভৱ হয়, তেন্তে মূল ভাষাবোৰক সাঙুৰি। ১. ইউ.এল.টি আৰু ইউ.এচ.টিত শাস্ত্ৰাংশটি পঢ়ক, আৰু টোকা আৰু অনুবাদশব্দবোৰ পঢ়ক। ১. অনুবাদকৰণত কঠিন হব বুলি আপুনি ভাবা যি কোনো অংশসমূহৰ টোকা প্ৰস্ত্তত কৰক। ১. এই শাস্ত্ৰাংশবোৰ অনুবাদৰ সহায়ক আৰু বিৱৰণীসমূহত অনুসন্ধান কৰক, আপুনি কি আৱিস্কাৰ কৰিলে তাৰ বিষয়ে টোকা প্ৰস্ত্তত কৰক।

পৰীক্ষা কৰি থাকোতে

১. শাস্ত্ৰাংশক পোন কৰক। মূল ভাষাৰ সৈতে অনুবাদমূলত শাস্ত্ৰাংশক পোন কৰিবলৈ পোন কৰা সঁজুলি ব্যৱহাৰ কৰক। পোনকৰণ প্ৰক্ৰিয়াৰ ফলাফল স্বৰূপে, অনুবাদৰ অংশবোৰৰ বিষয়ে আপোনাৰ প্ৰশ্নবোৰ থাকিব। অনুবাদমূলত সাধাৰণ ৰূপত এইবোৰৰ টোকা প্ৰস্ত্তত কৰক যাতে সেইবোৰৰ বিষয়ে আপুনি অনুবাদক দলক যেতিয়া লগ কৰিৰ তেতিয়া সুধিব পাৰে বা যাতে আপোনালোকে লগ কৰাৰ পূৰ্ব্বে অনুবাদক দলে সেইবোৰ চাব পাৰে আৰু আলোচনা কৰিব পাৰে। পোনকৰণ সঁজুলিৰ নিৰ্দেশনাবোৰৰ বিষয়ে, যাওক পোনকৰণ সঁজুলি। ১. প্ৰশ্নবোৰ সোধক। আপুনি যেতিয়া অনুবাদক দলৰ লগত আছে আৰু আপুনি কিবা এটাৰ বিষয়ে কব বিচাৰে যি অনুবাদত এটা সমস্যা হব পাৰে বুলি আপুনি ভাবে, তেতিয়া অনুবাদক গৰাকীক এটা মন্তব্য নকৰিব যে অনুবাদত এটা সমস্যা আছে। আপুনি যদি লক্ষ্য কৰি লোৱা ভাষাত কথা নকয়, তেন্তে আপুনি নাজানিব যে এনে সমস্যা আছে নে নাই। আপুনি কেৱল সন্দেহ হে কৰিছে যে এনে এটা সমস্যা হব পাৰে। আপুনি যদিও লক্ষ্য কৰি লোৱা ভাষাত কথা কয় তেতিয়া এটা মন্তব্য কৰাতকৈ এটা প্ৰশ্ন সোধাটো অধিক ভাবে ভদ্ৰতা হয় যি কিবা এটা ভূল। আপুনি এনে ধৰণৰ কিবা সুধিব পাৰে যেনে, ”আপুনি কি ভাবে এনে ধৰণে কোৱাৰ বিষয়ে?” আৰু ইয়াৰ পাছত ইয়াক সাল-সলনিকৈ অনুবাদ কৰিবলৈ এটা পৰামৰ্শ দিয়ক। ইয়াৰ পাছত আপোনালোকে একেলগে অনুবাদৰ অনান্য ধাৰণাবোৰৰ বিষয়ে আলোচনা কৰিব পাৰে, আৰু আপুনি কাৰণ দৰ্শাব পাৰে যে এটা বিকল্প অনুবাদ কিয় অন্যটোতকৈ উত্তম হব পাৰে। ইয়াৰ পাছত, বিকল্পবোৰ বিবেচনা কৰাৰ পাছত, অনুবাদক বা অনুবাদৰ দলে সিদ্ধান্ত লোৱা উচিত যে কোনটো ধৰণ উত্তম। এটা বাইবেল অনুবাদ পৰীক্ষা কৰি থাকোতে প্ৰশ্নবোৰৰ বিষয়ে সুধিবলগীয়া বিষয়বোৰ হল, চাওক বিষয়বোৰৰ ধৰণবোৰৰ পৰীক্ষা। ১. লক্ষ্য কৰি লোৱা ভাষা আৰু সংস্কৃতিক অনুসন্ধান কৰা। আপুনি সোধা প্ৰশ্নবোৰ লক্ষ্য কৰি লোৱা ভাষাৰ খণ্ডবাক্যই কি বুজাই তাক আৱিস্কাৰ কৰিব। উত্তম প্ৰশ্নবোৰেই হৈছে যি অনুবাদক গৰাকীক খণ্ডবাক্যই কি বুজাই আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হৈছিল বিষয়ে চিন্তা কৰিবলৈ সহায় কৰে। ব্যৱহাৰৰ যোগ্য প্ৰশ্নবোৰ হল, “আপোনাৰ ভাষাত কি পৰিস্হিতিত এই খণ্ডবাক্যটি ব্যৱহাৰ হৈছিল?” বা “এই ধৰণে বিষয়বোৰ সাধাৰণতে কোনে কয়?” অনুবাদক গৰাকীয়ে এই বিষয়ে চিন্তা কৰিবৰ বাবে সহায় কৰিবলৈ ই ব্যৱহাৰৰ যোগ্যও হয় যে তেওঁৰ গাওঁৰ এগৰাকী ব্যক্তিয়ে কেনেকৈ কব যদি একেই পৰিস্হিতিতে বাইবেলত এগৰাকী ব্যক্তি স্বৰূপে চিন্তা কৰা হয়। ১. অনুবাদক গৰাকীক শিকাওক। লক্ষ্য কৰি লোৱা ভাষা আৰু সংস্কৃতিত এটা খণ্ডবাক্যৰ অৰ্থ অনুসন্ধান কৰাৰ পাছত, আপুনি অনুবাদক গৰাকীক কব পাৰে যে উৎস ভাষা আৰু সংস্কৃতিত খণ্ডবাক্যটিয়ে কি বুজাই। তেতিয়া আপোনালোকে একেলগে সিদ্ধান্ত লব পাৰে যে অনুবাদত থকা খণ্ডবাক্যটি বা তেওঁ কেৱল চিন্তা কাৰ খণ্ডবাক্যটিৰ একেই অৰ্থ আছে নে নাই।

অনুবাদক পোনপটিয়াকৈ পৰীক্ষা কৰা

আপুনি যদি লক্ষ্য কৰি লোৱা ভাষাত কথা কয়, তেন্তে আপুনি অনুবাদটি পঢ়িব বা শুনিব পাৰে আৰু এই বিষয়ে পোনপটিয়াকৈ অনুবাদৰ দলক সুধিব পাৰে।

এটা উভতি লিখা অনুবাদক ব্যৱহাৰকৰণ

আপুনি যদি লক্ষ্য কৰি লোৱা ভাষাত কথা কয়, তেন্তে আপুনি পোনকৰণ কৰিব নোৱাৰিব। কিন্ত্ত আপুনি যদি এগৰাকী বাইবেল পণ্ডিত হয় আৰু দুৱাৰ মুখ ভাষা কব পাৰে তেন্তে আপুনি অনুবাদক দলক তেওঁলোকৰ অনুবাদটি উন্নত্ব কৰিবলৈ সহায় কৰিব পাৰে। সেই বিষয়ত, দুৱাৰ মুখ ভাষাত আপুনি উভতি কৰা অনুবাদৰ পৰা কাৰ্য্য কৰিবলগীয়া হব। ইয়াক অনুবাদৰ পৰা পৃথককৈ লিখিব পৰা যায়, বা ইয়াক শব্দত অৰ্ন্তনীহিত হৈ থকা ধৰণে লিখিব পৰা যায়, সেইয়া হৈছে, উভিত কৰা অনুবাদৰ এটা শাৰীত অনুবাদৰ প্ৰতিটো শাৰীৰ তলত লিখিত কৰা। উভতি কৰা অনুবাদৰ সৈতে অনুবাদটিক ই সহজে তুলনা কৰিব পাৰে যেতিয়া সেইবোৰ শব্দত অৰ্ন্তনীহিত হৈ থকা ধৰণে লিখা হয়, আৰু এটা উভতি কৰা অনুবাদক পঢ়িবলৈ সহজ হয় যি পৃথক ভাবে লিখিত থাকে। প্ৰতিটো পদ্ধতিৰ নিজা শক্তি আছে। যি গৰাকী ব্যক্তিয়ে উভতি কৰা অনুবাদৰ কাৰ্য্য কৰে তেওঁ এনে ব্যক্তি হোৱা উচিত যি জনে অনুবাদত কাৰ্য্য কৰা নাই। বিতং তথ্যৰ বাবে চাওক উভতি কৰা অনুবাদ

১. যদি সম্ভৱ হয়, অনুবাদক বা অনুবাদক দলৰ সৈতে মুখামুখিকৈ লগ হোৱাৰ পূৰ্ব্বেই উভতি কৰা অনুবাদটিক লিখিত আকাৰত পুননিৰীক্ষণ কৰক। এনে কৰাই আপোনাক শাস্ত্ৰাংশৰ বিষয়ে চিন্তা কৰিবলৈ আৰু দেখা দিয়া প্ৰশ্নবোৰৰ ওপৰত ইয়াৰ পাছতো অনুসন্ধান কৰিবলৈ সময় দিব যিহেতু উভতি কৰা অনুবাদে যি কয়। এনে কৰাই বহু সময় ৰাহি কৰিব যেতিয়া আপুনি অনুবাদক দলৰ সৈতে লগ কৰিব কাৰণ তাত অনেক শাস্ত্ৰাংশবোৰ থাকিব যি বিষয়ে আপুনি আলোচনা কৰিবলৈ প্ৰয়োজন নহব কাৰণ আপুনি ইয়াক উভতি কৰা অনুবাদত পঢ়িছিল আৰু ইয়াৰ সমস্যা নাছিল। আপোনালোকে যেতিয়া একেলগে গোট খাব, আপোনালোকে অধিক ভাবে উৎপাদনশীল হব কাৰণ আপোনালোকে আপোনালোকৰ সম্পূৰ্ণ সময় সমস্যা থকা অংশবোৰত খৰচ কৰিব পাৰিব। ১. আপুনি যেনেকৈ উভতি কৰা অনুবাদৰ যোগেদি কাৰ্য্য কৰিব, প্ৰশ্নবোৰৰ টোকা প্ৰস্ত্তত কৰিব যি আপুনি অনুবাদকক সুধিব বিচাৰে, হয়তু স্পষ্টিকৰণৰ বাবে বা অনুবাদৰ সৈতে থকা সম্ভাৱনীয় সমস্যাবোৰৰ বিষয়ে অনুবাদকক চিন্তা কৰিবৰ বাবে সহায় কৰিবলৈ। ১. অনুবাদৰ প্ৰতিলিপি এখন পাবলৈ অনুবাদক গৰাকীক বিচাৰক (যদি ই শাৰীৰ তলত কৰা অনুবাদ নহয়), যাতে আপুনি ইয়াক উভতি কৰা অনুবাদৰ সৈতে অনুবাদটি তুলনা কৰিব পাৰে আৰু যুক্তবোৰৰ টোকা প্ৰস্ত্তত কৰা যিবোৰ লক্ষ্য কৰি লোৱা ভাষাই ব্যৱহাৰ কৰে আৰু অন্য ৰূপবোৰ যি উভতি কৰা অনুবাদত দেখা নাপাবও পাৰে। অনুবাদটি দেখাৰ যোগেদিও সেই অংশবোৰ চিনাক্ত কৰিব পৰা যায় যত উভতি কৰা অনুবাদে হয়তু অনুবাদটিক শুদ্ধভাবে প্ৰতিনিধিত্ব কৰা নাই, উদাহৰণ স্বৰূপে, যত একেই শব্দকে অনুবাদত ব্যৱহাৰ কৰা হয় কিন্ত্ত সেইবোৰ উভতি কৰা অনুবাদত অন্য ধৰণে হয়। এই বিষয়ত, অনুবাদক সোধাটো ই ভাল যে উভতি কৰা অনুবাদটি পৃথক কিয়, আৰু ইয়াক যদি শুদ্ধৰণি কৰাৰ প্ৰয়োজন আছে। ১. অনুবাদক গৰাকীৰ লগত লগ খোৱাৰ পূৰ্ব্বে আপুনি যদি উভতি কৰা অনুবাদটি পুননিৰীক্ষণ কৰিব পৰা নাই, তেন্তে অনুবাদক গৰাকীৰ সৈতে ইয়াৰ কাৰ্য্য কৰক, প্ৰশ্নবোৰ আৰু সমস্যাবোৰ আলোচনা কৰক যেনেকৈ আপোনালোকে একেলগে কৰ্মটি কৰে। প্ৰায়, উভতি কৰা অনুবাদক যেনেকৈ অনুবাদৰ সৈতে তুলনা কৰা হয়, তেনেকৈ অনুবাদক গৰাকীও অনুবাদটিত সমস্যাবোৰ আৱিস্কাৰ কৰে।

উভতি মোখিক ভাবে কৰা এটা অনুবাদক ব্যৱহাৰকৰণ

উভতি লিখিত কৰা অনুবাদ যদি নাই, তেন্তে উভতি মৌখিক ভাবে কৰা এটা অনুবাদ আপোনাৰ বাবে কৰিবলৈ লক্ষ্য কৰি লোৱা ভাষা জনা কোনোবা এজন লোক আৰু এটা ভাষাকো লওক যি আপুনি বুজি পায়। এওঁ এনে এগৰাকী ব্যক্তি হোৱা উচিত যি জনে অনুবাদ কৰা কাৰ্য্যত অংশীদাৰ হোৱা নাই। আপুনি যেনেকৈ উভতি মৌখিক ভাবে কৰা অনুবাদটি শুনি যায়, শব্দবোৰৰ বা খণ্ডবাক্যবোৰৰ টোকা প্ৰস্ত্তত কৰক যি ভুল অৰ্থ প্ৰকাশ কৰা যেন বোধ হয় বা সেইবোৰে অন্য সমস্যাবোৰ জানিবলৈ দিয়ে। ব্যক্তি গৰাকীয়ে শাস্ত্ৰাংশবোৰ চুটি খণ্ডত অনুবাদ কৰা উচিত, প্ৰতিটো খণ্ডৰ মাজত খালী ঠাই ৰাখি যাতে প্ৰতিটো খণ্ড শুনাৰ পাছত আপুনি আপোনাৰ প্ৰশ্নবোৰ সুধিব পাৰে।

পৰীক্ষা কৰাৰ পাছত

পৰীক্ষা কৰি থকাৰ সময়ৰ পিছত, কিছুমান প্ৰশ্নবোৰ পিছৰ বাবে ৰাখি থোৱাৰ প্ৰয়োজন। এই প্ৰশ্নবোৰৰ উত্তৰৰ বিষয়ে আলোচনা কৰিবৰ বাবে পুনৰ লগ কৰিবলৈ এটা সময় বান্ধি ৰাখিবলৈ নাপাহৰিব। এইবোৰ হবঃ

১. এনে প্ৰশ্নবোৰ যি আপুনি বা কোনোবা এজনে অনুসন্ধান কৰাৰ প্ৰয়োজন হব, সাধাৰণে বাইবেল শাস্ত্ৰাংশৰ কিবা এটা বিষয়ে যি আপুনি বিচাৰি উলিওৱাৰ প্ৰয়োজন আছে, যেনেকৈ বাইবেল শব্দ বা খণ্ডবাক্যবোৰৰ অতিকৈ সুবহু অৰ্থবোৰ, বা বাইবেলৰ লোকসকলৰ মাজত থকা সমন্ধ বা বাইবেলৰ ঠাইবোৰৰ প্ৰকৃতি। ১. লক্ষ্য কৰি লোৱা ভাষাৰ কথা কওঁতা অন্য লোকৰ প্ৰতি প্ৰশ্নবোৰ সুধিবলৈ। এইয়া নিশ্চীত্ব কৰিবলৈ যে নিৰ্দিষ্ট খণ্ডবাক্যবোৰে শুদ্ধকৈ জানিবলৈ দিছে, বা লক্ষ্য কৰি লোৱা ভাষাৰ নিৰ্দিষ্ট সংজ্ঞাবোৰৰ সাংস্কৃতিক পটভূমিক অনুসন্ধান কৰিবলৈ। এই প্ৰশ্নবোৰ হৈছে যে অনুবাদক দলে লোকসকলক সুধিবলৈ যেতিয়া তেওঁলোকে তেওঁলোকৰ সমাজলৈ উলটি যাব।

মূল শব্দবোৰ

নিশ্চীত্ব হব যে অনুবাদক দলে এখন মূল শব্দবোৰৰ তালিকা ৰাখিছে (গুৰুত্বপূৰ্ণ সংজ্ঞাবোৰ, যাক অনুবাদশব্দবোৰ বুলিও জনা যায়) বাইবেলৰ শাস্ত্ৰাংশৰ পৰা যি তেওঁলোকে অনুবাদ কৰিছে, লক্ষ্য কৰি লোৱা ভাষাৰ সংজ্ঞাৰ সৈতে যি তেওঁলোকে এইবোৰৰ প্ৰতিটো গুৰুত্বপূৰ্ণ সংজ্ঞাৰ বাবে ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লৈছে। আপুনি আৰু অনুবাদক দলে সম্ভৱত্ব এই তালিকাত যোগ দিয়াৰ প্ৰয়োজন হব আৰু লক্ষ্য কৰি লোৱা ভাষাৰ পৰা বাইবেল অনুবাদৰ যোগেদি আপুনি যেনেকৈ আগবাঢ়িব সংজ্ঞাবোৰ ৰূপান্তৰ কৰিব। আপোনাক সজাগ কৰিবলৈ মূল শব্দবোৰৰ তালিকাক ব্যৱহাৰ কৰক যেতিয়া শাস্ত্ৰাংশত মূল শব্দবোৰ আছে যি আপুনি অনুবাদ কৰিছে। বাইবেলত যেতিয়াই মূল শব্দবোৰ থাকে, নিশ্চীত্ব কৰিব যেন অনুবাদটিয়ে সেই সংজ্ঞা বা খণ্ডবাক্যবোৰক ব্যৱহাৰ কৰে যিবোৰ মূল শব্দৰ বাবে বাচনি কৰা হৈছিল, আৰু ইয়াৰো নিশ্চীত্ব হব যে প্ৰতিটো সময়ত ই অৰ্থপূৰ্ণ হয়। ই যদি অৰ্থপূৰ্ণ নহয়, তেন্তে আপোনাক আলোচনা কৰিবলগীয়া হব যে কিয় ই কিছুমান ঠাইত অৰ্থপূৰ্ণ হয় আৰু কিছুমানত নহয়।ইয়াৰ পাছত আপুনি বাচনি কৰা সংজ্ঞাক হয়তু ৰূপান্তৰ বা সলনি কৰিবলগীয়া হব পাৰে, বা লক্ষ্য কৰি লোৱা ভাষাত অন্য ধৰণে খাপ খোৱাবলৈ এটাতকৈ অধিক সংজ্ঞা ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লব পাৰে যি মূল শব্দবোৰ ব্যৱহাৰ কৰা হৈছিল। এনে কৰিবলৈ এটা ব্যৱহাৰৰ যোগ্য উপায় হৈছে এখন পৃষ্ঠাত গুৰুত্বপূৰ্ণ সংজ্ঞাক কলোমৰ সৈতে উৎস ভাষাৰ সংজ্ঞাৰ বাবে ধৰি ৰাখা, লক্ষ্য কৰি লোৱা ভাষাৰ সংজ্ঞা, বিকল্প সংজ্ঞা আৰু বাইবেল শাস্ত্ৰাংসসমূহ যত আপুনি প্ৰতিটো সংজ্ঞা ব্যৱহাৰ কৰিছে। আমি আশা কৰো যে ৰূপবোৰ ভৱিষ্যতৰ অনুবাদস্টুডিঅৰ সংস্কৰণসমূহত থাকিব।

এখন বাইবেল পুস্তকৰ ন্যায়য্য পৰীক্ষা আপুনি যেতিয়া সমাপ্ত কৰিব, প্ৰশ্নবোৰৰ উত্তৰ ইয়াত দিবঃ ন্যায়য্য পৰীক্ষাৰ বাবে প্ৰশ্নবোৰ