as_tw/bible/other/burntoffering.md

2.2 KiB

দগ্ধ নৈবেদ্য, দগ্ধ নৈবেদ্যবোৰ, জুইৰ দ্বাৰা দিয়া নৈবেদ্য

সংজ্ঞা:

“দগ্ধ নৈবেদ্য” আছিল বলিদান কৰাৰ এটা পদ্ধতি, ইয়াত যজ্ঞবেদীৰ জুইত জ্বলাই ঈশ্বৰক দিয়া হৈছিল৷ ই আছিল লোকসকলৰ পাপৰ প্ৰায়চিত্তৰ বাবে দিয়া উৎসৰ্গ৷ ইয়াক “জুইৰ দ্বাৰা দিয়া উৎসৰ্গ” বুলিও কোৱা হয়৷

  • এই উৎসৰ্গত সাধাৰণতে ভেড়া বা ছাগলীবোৰহে উৎসৰ্গিত জন্তু হিচাপে ব্যৱহৃত হৈছিল, কিন্তু ষাড় আৰু চৰাইকো ব্যৱহাৰ কৰিছিল৷
  • একমাত্ৰ ছালৰ বাহিৰে এই উৎসৰ্গত সমস্ত জন্তুটোকে জ্বলাই দিয়া হৈছিল৷ ছাল আৰু লুকাই ৰখাবোৰ পুৰোহিতৰ প্ৰদত্ত আছিল৷
  • প্ৰতিদিনে দুটা সময়ত দগ্ধ নৈবেদ্য উৎসৰ্গ কৰাটো ইহুদী লোকসকললৈ ঈশ্বৰৰ আজ্ঞা আছিল৷

(পুনৰ চাওক: যজ্ঞবেদী, প্ৰায়চিত্ত, ষাঁড়, পুৰোহিত, বলিদান)

বাইবেলৰ নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H801, H5930, H7133, H8548, G3646