as_tw/bible/names/tamar.md

2.5 KiB

তামাৰ

বাস্তৱ:

তামাৰ পুৰণি নিয়মত উল্লেখিত কেইবাগৰাকী মহিলাৰ নাম আছিল. ই পুৰণি নিয়মত উল্লেখিত কেইবাখনো নগৰ আৰু অন্যান্য ঠাইৰ নাম আছিল.

  • তামাৰ যিহূদাৰ বোৱাৰীয়েক আছিল. তেখেতে পেৰজ ক জন্ম দিছিল যি যীশুখ্ৰীষ্টৰ পুৰবপুৰুষ আছিল.
  • ৰজা ডেভিদৰ জীয়েকসকলৰ মাজৰ এগৰাকীৰ নাম আছিল তামাৰ; যি এবচেলমৰ ভনীয়েক আছিল. তেখেতৰ আধা-ভায়েক এম্ননে তেখেতক ধৰ্ষণ কৰি অসুখি কৰি দিছিল.
  • এবচেলমৰো তামাৰ নামৰ এগৰাকী ভনীয়েক আছিল.
  • ইন্গেদি ৰ দৰেই হাজেজন তামাৰ নামৰ এখন নগৰ আছিল যি লৱণ সমুদ্ৰৰ পশ্চিম ফালৰ তীৰত অৱস্থিত আছিল. "বাল তামাৰৰ লগতে " তামাৰ " নামৰ ঠাইখনৰ বিষয়ে সাধাৰণ উল্লেখ পোৱা যায় যিবিলাক নগৰৰ নামৰ পৰা পৃথক হব পাৰে.

(আৰু চাওক: আবচলোম, পুৰবপুৰুষ, এমন, ডেভিদ, পুৰবপুৰুষ, যিহূদা, লৱণ সমুদ্ৰ)

(অনুবাদ পৰামৰ্শ: কেনেদৰে নামবিলাক অনুবাদ কৰিব)

বাইবেলত উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1193, H2688, H8412, H8559