as_tw/bible/other/father.md

5.3 KiB
Raw Permalink Blame History

পূৰ্বপুৰুষ, পূৰ্বপুৰুষসকল, পিতৃ, পিতৃসকল, জন্মদাতা, জন্মদান কৰা, পূৰ্বপুৰুষ, পূৰ্বপুৰুষসকল, ককাদেউতা

সংজ্ঞা:

“পিতৃ” শব্দটো যেতিয়া আক্ষৰিকভাবে ব্যৱহাৰ কৰা হয়, তেতিয়া ই এজন পুৰুষ অভিভাৱকক নিৰ্দেশ কৰে৷ এই শব্দটো ইয়াত বিভিন্ন আলংকাৰিকভাবেও ইয়াত ব্যৱহাৰ হৈ আছে৷

  • “পিতৃ” আৰু “ককাদেউতা” শব্দ দুটা প্ৰায়ে নিৰ্দিষ্ট ব্যক্তি বা ফৈদৰ পূৰ্বপুৰুষসকলৰ পুৰুষক নিৰ্দেশ কৰে৷ ইয়াক অনুবাদ কৰোতে “পূৰ্বপুৰুষ” বা “পূৰ্বপুৰুষসকলৰ পিতৃ” বুলিও অনুবাদ কৰিব পাৰি৷
  • মত প্রকাশের স্বাধীনতার 'পিতা' বাস্তবিকভাবেই কিছু উৎস বা সংশ্লিষ্ট দলের নেতা ব্যক্তির কাছে পাঠাতে পারেন। যেমন পয়দায়েশ 'বাবা যারা তাঁবুতে বাস' করতে পারে, মানে 'প্রথম দলনেতা প্রথম মানুষ যিনি নিজ তাঁবুতে বাস করত। '
  • পল রসূল বাস্তবিকভাবেই নিজেকে তিনি ইঞ্জিল সেগুলোর সাথে শেয়ারকরণ দ্বারা খ্রীষ্টান হয়ে সাহায্য করেছে তাদের 'পিতা' বলা হয়।

অনুবাদ উপদেশবোৰ

  • যেতিয়া এজন পিতৃ আৰু তেওঁৰ আক্ষৰিক পুত্ৰৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়া সেই ভাষাত এই শব্দটোত কি প্ৰচলিত শব্দ ব্যৱহাৰ কৰা হয়, তাৰে অনুবাদ কৰিব লাগে৷
  • প্ৰচলিত পদ্ধতিত "পিতৃ ঈশ্বৰ" শব্দটোতো সাধাৰণতে “পিতৃ” শব্দই অনুবাদ কৰোতে ব্যৱহাৰ কৰা হয়৷
  • যেতিয়া আদিপিতৃসকলক নিৰ্দেশ কৰা হয়, তেতিয়া এই শব্দটোৰ অনুবাদ এইদৰেও কৰিব পাৰি যেনে, “পূৰ্বপুৰুশ” বা “পূৰ্বপুৰুষসকলৰ পিতৃ”৷
  • যেতিয়া পৌলে নিজকে এজন খ্ৰীষ্টত বিশ্বাসীসকলৰ পিতৃ বুলি উল্লেখ কৰিছে, তেতিয়া “আত্মিক পিতৃ” বা “খ্ৰীষ্টত পিতৃ” বুলি অনুবাদ কৰিব পাৰি৷
  • কেতিয়াবা “পিতৃ” শব্দটোক “বংশৰ নেতা” বুলিও অনুবাদ কৰিব পাৰি৷
  • “সকলো মিছাৰ পিতৃ” বাক্যাংশটোৰ অনুবাদ এইদৰেও কৰিব পাৰি যেনে, “সকলো মিছাৰ উৎস” বা “এনে এজন ব্যক্তি যি জনৰ পৰা সকলো মিছা আহে”৷

(পুনৰ চাওক: পিতৃ ঈশ্বৰ, পুত্ৰ, ঈশ্বৰৰ পুত্ৰ)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1, H2, H25, H369, H539, H1121, H1730, H1733, H2524, H3205, H3490, H4940, H5971, H7223, G256, G540, G1080, G2495, G3737, G3962, G3964, G3966, G3967, G3970, G3971, G3995, G4245, G4269, G4613