as_tw/bible/names/seth.md

1.5 KiB

চেথ

বাস্তৱ:

আদিপুস্তকত, চেথ আদম আৰু হাৱাৰ তৃতীয় পুত্ৰ আছিল।

  • হাৱাই চেথক কৈছিল যে, কয়িনে হত্যা কৰা যি হেবল হাৱাৰ জীৱনত তাৰ স্থান চেথে লৈছিল।
  • নোহ এজন চেথৰ বংশধৰ, সেয়েহে যিসকলক লোক জলপ্লাৱনৰ সময়ত আছিল সেই সকলো লোক চেথৰ বংশধৰ আছিল।
  • চেথ আৰু তেওঁৰ পৰিয়াল "প্ৰভূৰ নামেৰে আহ্বান" প্ৰথম পৰিয়াল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: হেৱল, কয়িন, আহ্বান, বংশধৰ, পূৰ্ব্বপুৰুষ, জলপ্লাৱন, নোহ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8352, G4589