as_tw/bible/names/hezekiah.md

2.6 KiB

হিষ্কিয়া

সংজ্ঞা:

হিষ্কিয়া আছিল সমগ্র যিহুদীয়াত ৰাজত্ব কৰা তেৰ সংখ্যাৰ ৰজা। তেওঁ আছিল ঈশ্বৰত ভৰসা কৰা আৰু আজ্ঞা পালন কৰা ৰজা।

  • তেওঁৰ পিতৃ আহাজৰ নিচিনা তেওঁ নাছিল, আহাজ আছিল এজন মন্দ ৰজা, কিন্তু ৰজা হিষ্কিয়া এজন ভাল ৰজা আচিল, তেওঁ যিহুদীয়াত থকা মূর্তি পুজাৰ ঠাইবোৰ ধ্বংস কৰিছিল।
  • এদিন হিষ্কিয়া বেমাৰত পৰিছিল আৰু তেওঁ প্ৰায় মৰিবলৈ হৈছিল, তেতিয়া আন্তৰিকতাৰে ঈশ্বৰক তেওঁৰ জীৱন উভতাই দিবৰ বাবে প্ৰার্থনা কৰিছিল। ঈশ্বৰে তেওঁক সুস্থ কৰিছিল আৰু 15 বছৰ অধিককৈ তেওঁক থাকিবৰ বাবে অনুমতি দিছিল।
  • এই কারণতে, ঈশ্বৰে তেওঁলৈ এনে এক নিদর্শন সম্পন্ন কৰিছিল আৰু ইয়াৰ কাৰণ হিচাবে সুর্যক তেওঁৰ পিছফালে যাবলৈ দিছিল।
  • ঈশ্বৰে হিষ্কিয়াৰ প্রার্থনাৰ উত্তৰ হিচাবে অচূৰীয়া ৰজা চিন্নাচেৰিবৰ পৰা তেওঁৰ লোকসকলক ৰক্ষা কৰিছিল, সেই ৰজা জনে তেওঁলোকক আক্রমন কৰিছিল।

(পুনৰ চাওক: আহাজ, অচূৰীয়া, দেৱতা, যিহুদীয়া, চেন্নাচেৰিব)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2396, H3169, G1478