as_tw/bible/names/ahaz.md

2.0 KiB

আহজ

সংজ্ঞা:

আহজ এজন দুৰ্ণীতিপৰায়ণ ৰজা আছিল, তেওঁ 732 খ্ৰীষ্ট পূৰ্বৰ পৰা 716 খ্ৰীষ্ট পূৰ্বলৈ যিহূদা ৰাজ্যত ৰাজত্ব কৰিছিল। এইটো প্ৰায় 140 বছৰ আগৰ কথা, তেতিয়া বেবিলনলৈ দাসত্ব কৰি ইস্ৰায়েল আৰু যিহূদাৰ বহু লোকক দাসত্ব কৰি নিয়া হৈছিল।

  • যেতিয়া তেওঁ যিহূদাত শাসন কৰিছিল, তেতিয়া আহজে অচূৰীয়াসকলৰ মিছা দেৱতাবোৰক আৰাধনা কৰিবৰ বাবে যজ্ঞবেদী নিৰ্মান কৰিছিল, এই ঘটনাৰ কাৰণে লোকসকল সত্য ইশ্বৰ যিহোৱাৰ পৰা উভতি গৈছিল।
  • ৰজা আহজে বিশ বছৰ বয়সৰ পৰা যিহূদাত শাসন কৰিছিল আৰু তেওঁ ষোল্ল বছৰ শাসন কৰিছিল।

(অনুবাদ উপদেশবোৰ: নামবোৰ কেনেকৈ অনুবাদ কৰা হ’ব)

(চাওহক: বেবিলন)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H271