as_tw/bible/names/geshur.md

1.6 KiB

গেচুৰ, গেচুৰীয়সকল

সংজ্ঞা:

ৰজা দায়ুদৰ সময়ত, অৰাম আৰু ইস্ৰায়েলৰ দেশবোৰৰ মাজত গালীল সাগৰৰ পূৱ দিশত অৱস্থিত গেচূৰ আছিল এখন সৰু ৰাজ্য৷

  • ৰজা দায়ুদে মাছাক বিবাহ কৰিছিল, তেওঁ গেচূৰৰ ৰজাৰ জীয়েক আছিল আৰু তেওঁ এজন পুত্ৰ জন্ম দিছিল তেওঁ আছিল অবচালোম৷
  • তার সৎ ভাই অম্নোনের হত্যার পর অবশালোম উত্তর-পূর্ব জেরুজালেম থেকে প্রায় ১৪০ কিলোমিটার দূরে গশূরে পালিয়ে যায়। তিনি সেখানে তিন বছর অবস্থান কৰে।

(পুনৰ চাওক: অবচালোম, অম্নোন, অৰাম, গালীল সাগৰ)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1650