as_tw/bible/kt/abomination.md

3.7 KiB

জঘন্য বিষয়, সকলো জঘন্য বিষয়, জঘন্য

সংজ্ঞা:

“জঘন্য বিষয়” পৰিভাষাটো চৰম অপছন্দ বা কিছুমান বিতৃষ্ণা কাৰণক নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

  • ইজিপ্তৰ লোক সকলে ইব্রী লোকসকলৰ ক্ষেত্ৰত “জঘন্য বিষয়” বিবেচনা কৰে। ইয়াৰ অৰ্থ হ’ল ইজিপ্তৰ লোকসকলে ইব্ৰীসকলক চৰম অপছন্দ কৰে আৰু তেওঁলোকৰ ওচৰত বা তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাৰাখে।
  • কিছুমান বিষয়ত বাইবেলে কয়, “যিহোৱালৈ জঘন্য বিষয়”, ইয়াত অন্তৰ্গত হৈ আছে, মিছা কোৱা, অহংকাৰ কৰা, মানুহ বলিদান কৰা, মূৰ্তিৰ আৰাধনা কৰা, হত্যা, আৰু যৌন পাপ, যেনে ব্যাভিচাৰ আৰু সমকামী কৰ্মবোৰ।
  • “নিৰ্জনতাৰ ব্যাভিচাৰ” বিষয়ত ভাববাদী দানিয়েলৰ যোগেদি হোৱা ভাববাণীৰ প্রসংগ উল্লেখ কৰি যীচুৱে তেওঁৰ শিষ্য সকলক শেষ সময়ৰ বিষয়ে শিক্ষা দিছিল।

অনুবাদ উপদেশ:

  • “চৰম জঘন্য” পৰিভাষাটো কেতিয়াবা “কিছুমান বিষয় ঈশ্বৰে ঘিণ কৰে” বা “কিছুমান বিষয় অপছন্দৰ” বা “ঘিণলগীয়া অভ্যাস” বা “চৰম চয়তান কৰ্ম”, এনেদৰেও অনুবাদ হৈছে।
  • “চৰম জঘন্য” পৰিভাষাটো কেতিয়াবা প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি “অতিশয় ঘৃণিত দ্বাৰা” বা “নিদাৰুণ বিৰক্তিকৰ” বা “সম্পূৰ্ণ ৰূপে গ্ৰহনৰ অযোগ্য” বা “গভীৰ বিতৃষ্ণাৰ কাৰণ”৷
  • “কদৰ্যতাৰ নিৰ্জনতা” অংশটো অনুবাদ কৰোতে “কলুষিত উদ্দেশ্যৰ কাৰণে লোকসকলৰ বৃহৎ ক্ষতি” বা নিদাৰুণ বিৰক্তিকৰ বিষয়ৰ কাৰণে হোৱা মহা দুখ” বুলিও অন্তৰ্ভুক্ত কৰিব পাৰি৷

(চাওহক: ব্যাভিচাৰ, অপবিত্র কৰা, জনশূণ্য, মিছা দেৱতা, বলিদান)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H887, H6292, H8251, H8262, H8263, H8441, G946