as_ta/translate/translate-process/01.md

10 lines
1007 B
Markdown

### কেনেকৈ অনুবাদ কৰিম
অনুবাদত কৰিবলৈ দুটা বিষয়বস্তু আছে:
1. উৎস ভাষাৰ পাঠত অৰ্থটো আৱিষ্কাৰ কৰক (চাওক: [পাঠৰ অৰ্থটো আৱিষ্কাৰ কৰক](../translate-discover/01.md))
1. লক্ষ্য ভাষাৰ অনুবাদত অৰ্থটো পুনঃ কওক। (চাওক: [অৰ্থটো পুনঃ-কোৱা](../translate-retell/01.md))
অনুবাদৰ বাবে নিৰ্দেশ কেতিয়াবা কেতিয়াবা এই দুয়োটা বিষয়বস্তু সৰু পদক্ষেপত বিভক্ত কৰে। তলৰ গ্ৰাফিক দেখায় যে কিদৰে এই দুটা অনুবাদৰ প্ৰক্ৰিয়াত ফিট হয়।
![](https://cdn.door43.org/ta/jpg/translation_process.png)