as_ta/translate/translate-process/01.md

1007 B

কেনেকৈ অনুবাদ কৰিম

অনুবাদত কৰিবলৈ দুটা বিষয়বস্তু আছে:

  1. উৎস ভাষাৰ পাঠত অৰ্থটো আৱিষ্কাৰ কৰক (চাওক: পাঠৰ অৰ্থটো আৱিষ্কাৰ কৰক)
  2. লক্ষ্য ভাষাৰ অনুবাদত অৰ্থটো পুনঃ কওক। (চাওক: অৰ্থটো পুনঃ-কোৱা)

অনুবাদৰ বাবে নিৰ্দেশ কেতিয়াবা কেতিয়াবা এই দুয়োটা বিষয়বস্তু সৰু পদক্ষেপত বিভক্ত কৰে। তলৰ গ্ৰাফিক দেখায় যে কিদৰে এই দুটা অনুবাদৰ প্ৰক্ৰিয়াত ফিট হয়।