as_ta/translate/figs-order/01.md

80 lines
5.5 KiB
Markdown

### বিৱৰণ
বেছিভাগ ভাষাত এটা বাক্যৰ অংশবোৰ ক্ৰম কৰাৰ এটা সাধাৰণ উপায় আছে। এইটো সকলো ভাষাত একে নহয়। অনুবাদকসকলে জনা উচিত যে নিজৰ ভাষাত সাধাৰণ শব্দৰক্ৰম কি হয়।
### এটা বাক্যৰ মূল অংশ
বেছিভাগ বাক্যত তিনিতা প্ৰাথমিক গুৰুত্বপূৰ্ণ অংশ থাকে: বিষয়, উদ্দেশ্য আৰু ক্ৰিয়া। বিষয় আৰু উদ্দেশ্যবোৰ সাধাৰণতে বিশেষ্য (যেনে, এজন ব্যক্তি, স্থান, কিবা বস্তু বা ধাৰণা) বা সৰ্বনাম। ক্ৰিয়াই হৈ থকা কাৰ্য বা এটা স্থিতি দেখুৱায়।
#### বিষয়
বিষয় হৈছে সাধাৰণতে বাক্যাংশৰ বিষয়বস্তু। ই সাধাৰণতে কিছুমান কাৰ্য সম্পাদন কৰে বা ইয়াৰ বৰ্ণনা কৰি হয়।
হয়তু এটা বিষয় **সক্ৰিয়** হ'ব পাৰে; যেনে কাম কৰা, গান গোৱা বা শিকোৱা।
* <u>পিতৰে</u> গানটো ভালদৰে গাইছে।
এটা বিষয়ত কিবা এটা সম্পন্ন কৰা থাকিব পাৰে।
* <u>পিতৰে</u> ভাল খাদ্য খাইছিল।
এটা বিষয় বৰ্ণনা কৰিব পাৰি বা এইটো এটা **স্থিতি**ত থাকিব পাৰে, যেনে সুখী, দুখী হোৱা বা খং উঠা।
* <u>তেওঁ</u> ওখ হয়।
* <u>ল'ৰাজন</u> সুখী।
#### উদ্দেশ্য
**উদ্দেশ্য** বহু সময়ত বিষয়টোৱে কিবা কৰাৰ থাকে।
* পিতৰে <u>বলটো</u> মাৰিছে।
* পিতৰে <u>এখন কিতাক</u> পঢ়িছে।
* পিতৰে <u>গানটো</u> ভালদৰে গালে।
* পিতৰে <u>ভাল খাদ্য</u> খাইছে।
#### ক্ৰিয়া
ক্ৰিয়াই হৈ থকা এটা কাৰ্য বা এটা স্থিতি দেখুৱায়।
* পিতৰে গানটো ভালদৰে <u>গায় আছে</u>
* পিতৰে <u>গায় আছে</u>
* পিতৰ <u>ওখ</u>হয়।
#### অগ্ৰাধিকাৰ শব্দৰক্ৰম
সকলো ভাষাত এটা অগ্ৰাধিকাৰ শব্দক্ৰম থাকে। তলৰ উদাহৰণত কিছুমান ভাষাৰ বাবে "পিতৰে বলটো মাৰিছে"ত বিষয়, উদ্দেশ্য আৰু ক্ৰিয়াৰ ক্ৰমটো দেখুৱায়।
ইংৰাজীৰ দৰে কিছুমান ভাষাত, ক্ৰমটো বিষয়-ক্ৰিয়া-উদ্দেশ্য।
* পিতৰে বলটো মাৰিছে।
কিছুমান ভাষাত ক্ৰমটো বিষয়-উদ্দেশ্য-ক্ৰিয়া।
* পিতৰে বলটো মাৰিছে।
কিছুমান ভাষাত ক্ৰমটো ক্ৰিয়া-বিষয়-উদ্দেশ্য।
* পিতৰে বলটো মাৰিছে।
#### শব্দক্ৰমত থকা পৰিৱৰ্তনসমূহ
শব্দক্ৰমে পৰিৱৰ্তন কৰিব পাৰে যদি বাক্যটো:
* এটা প্ৰশ্ন বা আদেশ হয়
* হৈ থকা এটা স্থিতি উল্লেখ কৰে (তেওঁ সুখী। তেওঁ ওখ।)
* এটা স্থিতি প্ৰকাশ কৰে যেনে "যদি" শব্দটোৰ সৈতে
* এটা অৱস্থান আছে
* এটা সময় উপাদান আছে
* এটা কবিতাত আছে
শব্দক্ৰমে পৰিৱৰ্তন কৰিব পাৰে
* যদি বাক্যৰ এটা নিৰ্দিষ্ট অংশত কিছু প্ৰকাৰৰ বৈশিষ্ট্য আছে
* যদি বাক্যটো সঁচাকৈ বিষয়টোৰ বাহিৰেও অন্য কিবাৰ বিষয়ে হয়।
### অনুবাদৰ মূলনীতি
* আপোনাৰ ভাষাত কোনবিলাক শব্দক্ৰম অগ্ৰাধিকাৰ পায় জনা উচিত।
* আপোনাৰ ভাষাত অগ্ৰাধিকাৰ শব্দক্ৰম ব্যৱহাৰ কৰক যেতিয়ালৈকে আপোনাৰ ভাষাত ইয়াক পৰিৱৰ্তন কৰিবলৈ কোনো কাৰণ নাথাকে।
* বাক্যটো অনুবাদ কৰক যাতে অৰ্থটো সঠিক আৰু স্পষ্ট হয় আৰু শুনাত স্বাভাৱিক হয়।
আপুনি ভিডিঅ'টো http://ufw.io/figs_order-ও চাব পাৰে।