as_ta/translate/figs-order/01.md

5.5 KiB

বিৱৰণ

বেছিভাগ ভাষাত এটা বাক্যৰ অংশবোৰ ক্ৰম কৰাৰ এটা সাধাৰণ উপায় আছে। এইটো সকলো ভাষাত একে নহয়। অনুবাদকসকলে জনা উচিত যে নিজৰ ভাষাত সাধাৰণ শব্দৰক্ৰম কি হয়।

এটা বাক্যৰ মূল অংশ

বেছিভাগ বাক্যত তিনিতা প্ৰাথমিক গুৰুত্বপূৰ্ণ অংশ থাকে: বিষয়, উদ্দেশ্য আৰু ক্ৰিয়া। বিষয় আৰু উদ্দেশ্যবোৰ সাধাৰণতে বিশেষ্য (যেনে, এজন ব্যক্তি, স্থান, কিবা বস্তু বা ধাৰণা) বা সৰ্বনাম। ক্ৰিয়াই হৈ থকা কাৰ্য বা এটা স্থিতি দেখুৱায়।

বিষয়

বিষয় হৈছে সাধাৰণতে বাক্যাংশৰ বিষয়বস্তু। ই সাধাৰণতে কিছুমান কাৰ্য সম্পাদন কৰে বা ইয়াৰ বৰ্ণনা কৰি হয়। হয়তু এটা বিষয় সক্ৰিয় হ'ব পাৰে; যেনে কাম কৰা, গান গোৱা বা শিকোৱা।

  • পিতৰে গানটো ভালদৰে গাইছে।

এটা বিষয়ত কিবা এটা সম্পন্ন কৰা থাকিব পাৰে।

  • পিতৰে ভাল খাদ্য খাইছিল।

এটা বিষয় বৰ্ণনা কৰিব পাৰি বা এইটো এটা স্থিতিত থাকিব পাৰে, যেনে সুখী, দুখী হোৱা বা খং উঠা।

  • তেওঁ ওখ হয়।
  • ল'ৰাজন সুখী।

উদ্দেশ্য

উদ্দেশ্য বহু সময়ত বিষয়টোৱে কিবা কৰাৰ থাকে।

  • পিতৰে বলটো মাৰিছে।
  • পিতৰে এখন কিতাক পঢ়িছে।
  • পিতৰে গানটো ভালদৰে গালে।
  • পিতৰে ভাল খাদ্য খাইছে।

ক্ৰিয়া

ক্ৰিয়াই হৈ থকা এটা কাৰ্য বা এটা স্থিতি দেখুৱায়।

  • পিতৰে গানটো ভালদৰে গায় আছে
  • পিতৰে গায় আছে
  • পিতৰ ওখহয়।

অগ্ৰাধিকাৰ শব্দৰক্ৰম

সকলো ভাষাত এটা অগ্ৰাধিকাৰ শব্দক্ৰম থাকে। তলৰ উদাহৰণত কিছুমান ভাষাৰ বাবে "পিতৰে বলটো মাৰিছে"ত বিষয়, উদ্দেশ্য আৰু ক্ৰিয়াৰ ক্ৰমটো দেখুৱায়। ইংৰাজীৰ দৰে কিছুমান ভাষাত, ক্ৰমটো বিষয়-ক্ৰিয়া-উদ্দেশ্য।

  • পিতৰে বলটো মাৰিছে।

কিছুমান ভাষাত ক্ৰমটো বিষয়-উদ্দেশ্য-ক্ৰিয়া।

  • পিতৰে বলটো মাৰিছে।

কিছুমান ভাষাত ক্ৰমটো ক্ৰিয়া-বিষয়-উদ্দেশ্য।

  • পিতৰে বলটো মাৰিছে।

শব্দক্ৰমত থকা পৰিৱৰ্তনসমূহ

শব্দক্ৰমে পৰিৱৰ্তন কৰিব পাৰে যদি বাক্যটো:

  • এটা প্ৰশ্ন বা আদেশ হয়
  • হৈ থকা এটা স্থিতি উল্লেখ কৰে (তেওঁ সুখী। তেওঁ ওখ।)
  • এটা স্থিতি প্ৰকাশ কৰে যেনে "যদি" শব্দটোৰ সৈতে
  • এটা অৱস্থান আছে
  • এটা সময় উপাদান আছে
  • এটা কবিতাত আছে

শব্দক্ৰমে পৰিৱৰ্তন কৰিব পাৰে

  • যদি বাক্যৰ এটা নিৰ্দিষ্ট অংশত কিছু প্ৰকাৰৰ বৈশিষ্ট্য আছে
  • যদি বাক্যটো সঁচাকৈ বিষয়টোৰ বাহিৰেও অন্য কিবাৰ বিষয়ে হয়।

অনুবাদৰ মূলনীতি

  • আপোনাৰ ভাষাত কোনবিলাক শব্দক্ৰম অগ্ৰাধিকাৰ পায় জনা উচিত।
  • আপোনাৰ ভাষাত অগ্ৰাধিকাৰ শব্দক্ৰম ব্যৱহাৰ কৰক যেতিয়ালৈকে আপোনাৰ ভাষাত ইয়াক পৰিৱৰ্তন কৰিবলৈ কোনো কাৰণ নাথাকে।
  • বাক্যটো অনুবাদ কৰক যাতে অৰ্থটো সঠিক আৰু স্পষ্ট হয় আৰু শুনাত স্বাভাৱিক হয়।

আপুনি ভিডিঅ'টো http://ufw.io/figs_order-ও চাব পাৰে।