as_ta/translate/bita-part1/01.md

12 KiB

এই পৃষ্ঠাই সীমিত পথেৰে একেলগে যোৰ হৈ থকা ধাৰণাসমূহ আলোচনা কৰে। (অধিক জটিল যোৰবিলাকৰ এটা আলোচনাৰ বাবে, চাওক বাইবেলসন্মত ছবি - সাংস্কৃতিক নমুনা।*)

বিৱৰণ

সকলো ভাষাত, প্ৰায় ৰূপক যোৰ ধাৰণাৰ বিস্তৃত আৰ্হিৰ পৰা আহে যিটো ধাৰণাই অন্যটোক প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপ, কিছুমান ভাষাত "অধিক"ৰ সৈতে যোৰ __উচ্চতা__ৰ আৰু "অধিক নহয়"ৰ সৈতে যোৰ __কমি গৈছে__ৰ আৰ্হি আছে, যাতে __উচ্চতা__এ "অধিক" প্ৰতিনিধিত্ব কৰে আৰু __কমি গৈছে__এ "অধিক নহয়" প্ৰতিনিধিত্ব কৰে। এইটো কাৰণে হব পাৰে যে কাৰণ যেতিয়া পাইলত বহুত কিবাকিবি থাকিব তেতিয়া পাইলটো উচ্চ হ'ব। সেইবাবে যদি কিছুমান বস্তুত বহুত টকা খৰচ হয় তেন্তে কিছু ভাষাত ব্যক্তিয়ে ক'ব মূল্য উচ্চ, বা যদি এখন চহৰত থাকিব পৰাতকৈ অধিক ব্যক্তি আছে, তেন্তে আমি ক'ব পাৰো ব্যক্তিৰ সংখ্যা ওপৰত গৈছে। এইদৰে যদি কোনোবা ক্ষীণ হৈছে আৰু ওজন কমিছে, তেন্তে আমি ক'ব পাৰো তেওঁৰ ওজন তলত গৈছে।

বাইবেলত পোৱা আৰ্হিসমূহ ইৱ্ৰী আৰু গ্ৰীক ভাষাত প্ৰায় বিশেষ। এই আৰ্হিসমূহ চিনাক্ত কৰিবলৈ এইটো ব্যৱহাৰযোগ্য কাৰণ সিহঁতে সেইবিলাকক কেনেকৈ অনুবাদ কৰিব লাগে সেই একে সমস্যাৰ সৈতে অনুবাদকক পুনৰীবৃত্তিভাৱে উপস্থাপ কৰে। এবাৰ অনুবাদকে ভাবে যে সিহঁতে এই অনুবাদৰ প্ৰত্যাহ্বানটো কেনেকৈ নিয়ন্তন কৰিব, সিহঁতে যিকোনো ঠাইতে সিহঁকত লগ কৰিবলৈ সাজু হ'ব।

উদাহৰণ স্বৰূপে, বাইবেলত যোৰবিলাকৰ এটা আৰ্হি "ব্যৱহাৰ কৰা"ৰ খোজ কঢ়া আৰু এক প্ৰকাৰৰ ব্যৱহাৰৰ এটা পথ হয়। গীতমালা 1:1পদত দুষ্টলোকৰ পৰামৰ্শ লোৱাই দুষ্টলোকে কৰিবলৈ কোৱাটো প্ৰতিনিধিত্ব কৰে।

ধন্য সেই ব্যক্তিজন যিজনে দুষ্টলোকৰ পৰামৰ্শৰ মতে আগোৱাই নাযায় (গীতমালা 1:1 ULT)

এই আৰ্হি ঈশ্বৰ আদেশৰ পথত চলি থকা গীতমালা 119:32ত দেখা যায় যিয়ে ঈশ্বৰ আদেশ পালন কৰাটো প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত দৌৰাটো খোজ কঢ়াতকৈ অধিক তীব্ৰ হয়, সেইবাবে ইয়াত দৌৰাৰ ধাৰণাই এইটো সম্পূৰ্ণ মনোযোগেৰে কৰা ধাৰণাটো প্ৰদান কৰিব পাৰে

মই আপোনাৰ আদেশৰ পথত যাম। (গীতমালা 119:32 ULT)

কাৰণ এইটো এটা অনুবাদ সমস্যা

এই আৰ্হিসমূহে তিনিটা প্ৰত্যাহ্বান উপস্থাপন কৰে যিয়ে সিহঁতক চিনাক্ত কৰিবলৈ বিচাৰে:

  1. যেতিয়া বাইবেলত বিশেষ ৰূপকবিলাক দেখা হয়, তেতিয়া এইটো সম্পূৰ্ণৰূপে স্পষ্ট নহয় যে কি দুটা ধাৰণা অন্য প্ৰতিটোৰ সৈতে যোৰ লগোৱা হয়। উদাহৰণ স্বৰূপে, যিটো অভিব্যক্তি সেইটো তাত্ক্ষণিকভাৱে স্পষ্ট নহবও পাৰে, এইজন ঈশ্বৰ যিজনে পেঠিৰ দৰে মোৰ ওপৰত শক্তি ব্যৱহাৰ কৰে। (গীতমালা 18:32 ULT) নৈতিক গুণমানৰ সৈতে যোৰ পোছাকৰ ওপৰত ভিত্তিত। এই ক্ষেত্ৰত, এডাল পেটি প্ৰতিচ্ছবিয়ে দৃঢ়তা প্ৰতিনিধিত্ব কৰে। ([বাইবেলসন্মত ছবি- মানৱ নিৰ্মিত বস্তু]ত "পোছাকে এটা নৈতিক গুণমান প্ৰতিনিধিত্ব কৰে" চাওক(../figs-metaphor/01.md))
  2. কোনো নিৰ্দিষ্ট অভিব্যক্তি চাই থাকোতে, অনুবাদকক এইটো জনাৰ প্ৰয়োজন যে ই বস্তুবিলাক প্ৰতিনিধিত্ব কৰিবনে নকৰে। এইটো কেৱল চাৰিওকাষে থকা পাঠ গণ্য কৰি সম্পন্ন কৰিব পাৰি। চাৰিওকাষে থকা পাঠে আমাক দেখুৱায়, উদাহৰণ স্বৰূপে, "চাকি"এ তেলৰ সৈতে এটা ধাৰক আৰু জ্বলাবলৈ এটা শলিতা সঠিকভাৱে বুজায় বা "চাকি" জীৱন প্ৰতিনিধিত্ব কৰা এখন প্ৰতিচ্ছবি হয়নে নহয়। (চাওক [বাইবেলসন্মত ছবি - প্ৰাকৃতিক প্ৰতিক্ৰিয়া]ত "জুই বা চাকি জীৱন প্ৰতিনিধিত্ব কৰে" চাওক(../figs-simetaphor/01.md))

1 ৰাজাৱলী 7:50ত, এটা চাকি ধুপদানি হৈছে এটা সাধাৰণ চাকিত শলিতা দিয়াৰ এটা সঁজুলি। 2 চামূৱেল 21:17ত ইজৰাইলৰ লেম্পে ৰজা দায়ুদৰ জীৱনটো প্ৰতিনিধিত্ব কৰে। যেতিয়া তেওঁৰ মানুহ উদ্বিগ্ন হৈছিল যে "ইজৰাইলৰ চাকি নোমাই দিয়ক" তেতিয়া সিহঁত উদ্বিগ্ন হৈছিল যে তেওঁৰ মৃত্যু হ'ব পাৰে।

কাপবিলাক, চাকি ট্ৰিমাৰসমূহ, বেচিন, স্পোনবিলাক আৰু ইনচেঞ্চ বাৰ্নাৰসমূহ খাঁটি সোণেৰে তৈয়াৰ কৰা হৈছিল (1 ৰাজাৱলী 7:50 ULT)

ইচবিবিনব...দায়ুদক হত্যা কৰাৰ উদ্দেশ্যে। কিন্তু জেৰুইয়াৰ পুত্ৰ আবিচাই দায়ুদক ৰক্ষা কৰিলে, ফিলিষ্টাইনত আক্ৰণম কৰিলে আৰু তাক মাৰিলে। তাৰপিছত দায়ুদকৰ মানুহে তাক শপত খোৱাই কৈছিল, "তুমি আৰু আগলৈ আমাৰ লগত যুদ্ধত যাব নালাগে, যাতে আপুনি ইস্ৰাইলৰ চাকি নুমাই নিদিয়ে।" (2 চমূৱেল 21:16-17 ULT

  1. ধাৰণাৰ এই যোৰবিলাকৰ ওপৰত ভিত্তিত অভিব্যক্তবোৰ প্ৰায় জটিল উপায়েৰে একেলগে সংযুক্ত কৰা হয়। ইয়াৰ বাহিৰে, সিহঁতে ইয়াৰ সৈতে প্ৰায় সংযুক্ত কৰে—আৰু কিছুমান ক্ষেত্ৰত ইয়াৰ ওপৰত ভিত্তিত—সাধাৰণ পৰিভাষা আৰু সাংস্কৃতিক নমুনা। (বাইবেলসন্মত ছবি- সাধাৰণ পৰিভাষা আৰু বাইবেলসন্মত ছবি- সাংস্কৃতিক নমুনা চাওক)

উদাহৰণ স্বৰূপে, তলত 2 চমূৱেল 14:7ত, "জ্বলন্ত কয়লা" হৈছে পুত্ৰৰ জীৱনৰ বাবে এখন প্ৰতিচ্ছবি, যিয়ে ব্যক্তিয়ে নিজৰ পিতৃক মনত ৰখাৰ যিটো কাৰণ হ'ব সেইটো প্ৰতিনিধিত্ব কৰে। সেয়েহে ইয়াত যোৰৰ দুটা আৰ্হি আছে: পুত্ৰৰ জীৱনৰ সৈতে জ্বলন্ত কয়লাৰ যোৰ আৰু তাৰ পিতৃৰ স্মৃতিৰ সৈতে পুত্ৰৰ যোৰ।

সিহঁতে কইছে, 'সেইজনক গতাওক যিজনে নিজৰ ভাতৃক হত্যা কৰিছিল, যাতে আমি তাক সত্যা কৰিব পাৰো, নিজৰ ভাতৃক হত্যা কৰিবলৈ যিজনে তাক হত্যা কৰিছিল।' আৰু সেইবাবে তেওঁ অধিকাৰীকো ধ্বংস কৰি দিলে। এইদৰে সিহঁতে জ্বলন্ত কয়লা ৰাখিব যিটো মই এৰিছো আৰু সিহঁতে পৃথিৱীৰ পৃষ্ঠভূমিত মোৰ স্বামীৰ নাম বা বংশধৰৰ বাবে এৰিব। (2 চমূৱেল 14:7 ULT)

বাইবেলত প্ৰতিচ্ছবিৰ সূচীসমূহৰ লিংকসংমূহ

নিম্নলিখিত পৃষ্ঠাত বাইবেলৰ পৰা উদাহৰণৰ লগতে বাইবেলত অন্যবিলাক প্ৰতিনিধিত্ব কৰা কিছু ধাৰণাৰ সূচী আছে।

সেইবিলাকক প্ৰতিচ্ছবিৰ প্ৰকাৰৰ অনুসৰি সংগঠিত কৰা হয়: