as_ta/translate/bita-manmade/01.md

5.0 KiB

তলত বাইবেলৰ কিছুমান চিত্ৰ, য’ত মানুহে সৃষ্টি কৰা বস্তু আছে, বৰ্ণমালা অনুসৰি তালিকাগত কৰা হৈছে। ডাঙৰ আখৰেৰে লিখা শব্দসমূহে এটা ধাৰণা প্ৰদান কৰিব। ছবি থকা প্ৰতিটো ভাৰ্চতে শব্দটো নাথাকিবও পাৰে, কিন্তু শব্দটোৱে প্ৰতিনিধিত্ব কৰা ধাৰণাটো থাকিব।

তামে শক্তি বুজায়

তেওঁ প্ৰশিক্ষণ দিয়ে…মোৰ বাহুয়ে যাতে এডাল তামৰ ধনু ভাঙিব পাৰে। গীতমালা 18:34 ULT)

শিকলীয়ে নিয়ন্ত্ৰণ বুজায়

আহা, সিহঁতে আমাক পিন্ধোৱা হাতকড়ি আমি ভাঙি পেলাও আৰু সিহঁতৰ শিকলি</u দলিয়াও পেলাও। গীতমালা 2:3

কাপোৰে নৈতিক গুণক বুজায় (আবেগ, মনোভাৱ, আত্মা, জীৱন)

এইয়া ঈশ্বৰ যি মোক এডাল বেল্টৰ দৰে শক্তি প্ৰদান কৰে। গীতমালা 18:32 ULT)

<খণ্ডউদ্ধিতি>ধাৰ্মীকতা তেওঁৰ কঁকালৰ বেল্ট হব, আৰু বিশ্বাসনীয়তা তেওঁৰ তপিনাৰ চাৰিওফালত পেটি হব। (যিচয়া 11:5 ULT)</খণ্ডউদ্ধিতি>

মোৰ বিৰোধীসকলে লাজৰ সাজ পিন্ধি থাকক; তেওঁলোকে তেওঁলোকৰ লাজ এক পোচাকৰ দৰে পিন্ধক । (গীতমালা 109:29 ULT)

<খণ্ডউদ্ধিতি>মইতেওঁৰ শত্ৰুক লাজৰ পোছাক পিন্ধাম। (গীতমালা 132:18 ULT) </খণ্ডউদ্ধিতি>

এটা ফন্দী (চৰাইৰ বাবে ৰখা এটা পাতল জাল যাক ৰচীৰে বনোৱা হয়) য়ে মৃত্যুক বুজায়

কাৰণ তেওঁ আপোনাক চিকাৰীৰ ফন্দীৰ পৰা উদ্ধাৰ কৰিব। (গীতমালা 91:3 ULT)

<খণ্ডউদ্ধিতি>মৃত্যুৰ ৰচীয়ে মোক বেৰি আছে, আৰু পাতালৰ ফন্দী মোৰ মুখামুখী হৈছে। (গীতমালা 116:3 ULT)</খণ্ডউদ্ধিতি>

দুষ্টৰ ৰছীয়ে/u> মোকফন্দীত বান্ধিছে। (গীতমালা 119:61 ULT)

<খণ্ডউদ্ধিতি>দুষ্টটোৱে মোৰ বাবে এটা ফান্দ বনাইছে।(গীতমালা 119:110 ULT)</খণ্ডউদ্ধিতি>

দুষ্টটো তাৰ নিজৰ কৰ্মৰে ফন্দীত বান্ধ খাইছে। (গীতমালা 9:16 ULT)

তেওঁলোক জাতিসমূহৰ লগত মিলি গ’ল আৰু তেওঁলোকৰ ধৰণকৰণ শিকিলে আৰু তেওঁলোকৰ মূৰ্তিক পূজা কৰিলে, যি তেওঁলোকৰ বাবে এটা ফন্দীহৈ পৰি। (গীতমালা 106:35-36 ULT)

এই ক্ষেত্ৰত, ফন্দীটো এটা বেয়া কাম কৰিবৰ ইচ্ছা, যি মৃত্যুলৈ আগবঢ়াই নিয়ে।

এটা শিবিৰয়ে এটা ঘৰ, গৃহ, ঘৰত মানুহ, উত্তৰসুৰীক বুজায়

ঈশ্বৰ এনেদৰে আপোনাক সদায়ৰ বাবে ধ্বংস কৰিব; তেওঁ আপোনাক ওপৰলৈ তুলি নিব আৰু আপোনাক আপোনাক শিবিৰৰ পৰা বাহিৰ কৰি দিব। (গীতমালা 52:5 ULT)

<খণ্ডউদ্ধিতি>দুষ্টৰ ঘৰসমূহ নষ্ট কৰা হব, কিন্তু বাকীসকলৰ শিবিৰ উফন্দী থাকিব। প্ৰচলন 14:11 ULT)</খণ্ডউদ্ধিতি>

বিশ্বাসৰ চুক্তিত এখন সিংসাহন স্থাপিত হয়, আৰু দায়ুদ শিবিৰত এজন বিশ্বাসপূৰ্ণভাৱে বহি থাকিব পাৰিব। (যিচয়া 16:5 ULT)