as_ta/process/intro-share/01.md

20 lines
2.7 KiB
Markdown

### বিতৰণৰ অৱলোকন
বাইবেলৰ বিষয়বস্তু মূল্যহীন হয় যেতিয়ালৈকে ইয়াক বিতৰণ আৰু ব্যৱহাৰ কৰা নহয়। Door43 অনুবাদ আৰু প্ৰকাশকৰণৰ মঞ্চ ব্যৱহাৰ কৰাৰ এটা লাভালাভ হৈছে যে ই বিষয়বস্ত্ত বিতৰণ কৰাৰ বাবে বহুসংখ্যক, সৰল উপায়বোৰ প্ৰদান কৰে। Door43 ৰত:
* আপুনি নি্ৰাপদে আপোনাৰ অনুবাদ সংৰক্ষণ কৰিব পাৰে।
* মানুহে আপোনাৰ অনুবাদ চাব পাৰে
* মানুহে আপোনাৰ অনুবাদ উন্নত্বকৰণৰ বাবে মন্তব্য আৰু পৰামৰ্শবোৰ প্ৰদান কৰিব পাৰে।
* মানুহে আপোনাৰ অনুবাদ পঢ়িব, প্ৰতিলিপি লবলৈ, আৰু বিলাবলৈ ডাউনলোড কৰিব পাৰে।
### মুকলি অনুজ্ঞাপত্ৰ
বিষয়বস্তু বিতৰণ ব্যৱস্হাৰ সকলোতকৈ ডাঙৰ কাৰক হৈছে [মুকলি অনুজ্ঞাপত্ৰ](../../intro/open-license/01.md) যিয়ে Door43 সকলো প্ৰকাৰৰ বিষয়বস্তুৰ বাবে ব্যৱহাৰ কৰিবলৈ সক্ষমতা প্ৰদান কৰে। এই অনুজ্ঞাপত্ৰই সকলোকে তেওঁলোকৰ প্ৰয়োজনীয় স্বাধীনতা প্ৰদান কৰে:
* **বিলোৱা** — যিকোনো মাধ্যম বা আকাৰত বিষয়বস্ত্তৰ প্ৰতিলিপি আৰু পুনৰ বিতৰণ কৰা
* **উপযোগী** — সংমিশ্ৰণ, ৰুপান্তৰকৰণ, আৰু উপাদানৰ ওপৰত নিৰ্মাণকৰণ
খৰচ নোহোৱাকৈ, কোনো উদ্দেশ্যত, এনেকি বাণিজ্যিক ভাৱেও। "বিনামূল্যে আপুনি লাভ কৰিছে; বিনামূল্যে দিয়ক।" (মথি ১০:৮)
অনলাইন আৰু অফলাইন দুয়োটাতে আপোনাৰ অনুবাদসমূহ বিলোৱা উপায়, চাওক [বিষয়বস্তু বিলোৱা](../share-content/01.md)।