28 lines
1.8 KiB
Markdown
28 lines
1.8 KiB
Markdown
### শুদ্ধতাৰ নিশ্চয়তাকৰণ আৰু সমাজৰ পুননিৰীক্ষণৰ বাবে নথিভুক্তকৰণ
|
|
|
|
আমি, আমাৰ ভাষা সমাজৰ মণ্ডলীৰ নেতাসকল স্বৰূপে, উল্লেখিতবোৰ নিশ্চয়তা কৰিছোঃ
|
|
|
|
১. অনুবাদটি বিশ্বাসৰ উক্তি আৰু অনুবাদৰ নিৰ্দেশনাৱলীৰ লগত অনুৰূপ ধৰণে হয়।
|
|
১. অনুবাদটি লক্ষ্য কৰি লোৱা ভাষাত শুদ্ধ, স্পষ্ট, আৰু স্বাভাৱিক।
|
|
১. অনুবাদটিয়ে ভাষাৰ এটা গ্ৰহণযোগ্য ধৰণ ব্যৱহাৰ কৰিছে।
|
|
১. অনুবাদটিয়ে এটা উপযুক্ত বৰ্ণমালা আৰু বানানৰ পদ্ধতিক ব্যৱহাৰ কৰিছে।
|
|
১. সমাজখনে অনুবাদটিক অনুমোদন জনাইছে।
|
|
১. সামজৰ পুননিৰীক্ষণ প্ৰ-পত্ৰ সম্পূৰ্ণ হৈছে।
|
|
|
|
যি কোনো সমস্যাবোৰ যদি ৰৈ গৈছে, তেন্তে শুদ্ধতাৰ পৰীক্ষকসকলৰ মনোযোগ দিয়াবলৈ ইয়াত সেইবোৰৰ এটা টোকা প্ৰস্ত্তত কৰক।
|
|
|
|
শুদ্ধতাৰ পৰীক্ষকসকলৰ নাম আৰু পদবীবোৰঃ
|
|
|
|
* নামঃ
|
|
* পদবীঃ
|
|
* নামঃ
|
|
* পদবীঃ
|
|
* নামঃ
|
|
* পদবীঃ
|
|
* নামঃ
|
|
* পদবীঃ
|
|
* নামঃ
|
|
* পদবী
|
|
* নামঃ
|
|
* পদবী
|