as_ta/checking/good/01.md

1.8 KiB

শুদ্ধতাৰ নিশ্চয়তাকৰণ আৰু সমাজৰ পুননিৰীক্ষণৰ বাবে নথিভুক্তকৰণ

আমি, আমাৰ ভাষা সমাজৰ মণ্ডলীৰ নেতাসকল স্বৰূপে, উল্লেখিতবোৰ নিশ্চয়তা কৰিছোঃ

১. অনুবাদটি বিশ্বাসৰ উক্তি আৰু অনুবাদৰ নিৰ্দেশনাৱলীৰ লগত অনুৰূপ ধৰণে হয়। ১. অনুবাদটি লক্ষ্য কৰি লোৱা ভাষাত শুদ্ধ, স্পষ্ট, আৰু স্বাভাৱিক। ১. অনুবাদটিয়ে ভাষাৰ এটা গ্ৰহণযোগ্য ধৰণ ব্যৱহাৰ কৰিছে। ১. অনুবাদটিয়ে এটা উপযুক্ত বৰ্ণমালা আৰু বানানৰ পদ্ধতিক ব্যৱহাৰ কৰিছে। ১. সমাজখনে অনুবাদটিক অনুমোদন জনাইছে। ১. সামজৰ পুননিৰীক্ষণ প্ৰ-পত্ৰ সম্পূৰ্ণ হৈছে।

যি কোনো সমস্যাবোৰ যদি ৰৈ গৈছে, তেন্তে শুদ্ধতাৰ পৰীক্ষকসকলৰ মনোযোগ দিয়াবলৈ ইয়াত সেইবোৰৰ এটা টোকা প্ৰস্ত্তত কৰক।

শুদ্ধতাৰ পৰীক্ষকসকলৰ নাম আৰু পদবীবোৰঃ

  • নামঃ
  • পদবীঃ
  • নামঃ
  • পদবীঃ
  • নামঃ
  • পদবীঃ
  • নামঃ
  • পদবীঃ
  • নামঃ
  • পদবী
  • নামঃ
  • পদবী