as_tw/bible/other/understand.md

2.3 KiB

বুজি পোৱা, বোধশক্তিসম্পন্ন, বুজা, বোধশক্তিসম্পন্ন

সংজ্ঞা:

"বুজি পোৱা " শব্দটোৰ অৰ্থ শুনা বা তথ্য লয় তাৰ অৰ্থ কি বুজা।

  • "বোধশক্তিসম্পন্ন" শব্দটো "জ্ঞান" বা "প্ৰজ্ঞা" বা কি দৰে কিবা কৰিব লাগে তাক জনা বুজায়।
  • কোনো ব্যক্তিক বুজাৰ অৰ্থ হৈছে ব্যক্তিজন কেনে অনুভৱ কৰিছে তাক বুজা।
  • যেতিয়া বাটেদি ইমোচলৈ খোজ কাঢ়ি গৈছিল, যীচুৱে মশীহৰ বাক্যৰ অৰ্থ বুজাবলৈ শিষ্যসকলক সৃষ্টি কৰে।
  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি, এই শব্দ "বুজি পোৱা" এইদৰে অনুবাদ কৰিব পাৰি "জনা" বা "বিশ্বাস" বা "হৃদয়ঙ্গম কৰা" বা "ইয়াৰ অৰ্থ কি জনা।"
  • প্ৰায় এই শব্দ "বোধশক্তিসম্পন্ন" এইদৰে অনুবাদ কৰিব পাৰে "জ্ঞান" বা "প্ৰজ্ঞা" বা "অন্তৰ্দৃষ্টি"

(আৰু চাওক: বিশ্বাস, বুজা, জ্ঞানী)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H995, H998, H999, H1847, H2940, H3045, H3820, H3824, H4486, H7200, H7306, H7919, H7922, H7924, H8085, H8394, G50, G145, G191, G801, G1097, G1107, G1108, G1271, G1921, G1922, G1987, G1990, G2657, G3129, G3539, G3563, G3877, G4441, G4907, G4908, G4920, G5424, G5428, G5429, G6063