as_tw/bible/other/tribute.md

2.0 KiB

ৰাজস্ব

সংজ্ঞা:

"ৰাজস্ব" শব্দটো এজন শাসক আন এজন শাসকক তেওঁলোকৰ সুৰক্ষা আৰু তেওংলোকৰ মাজত সু সম্পৰ্ক ৰখাক বাবে দিয়া উপহাৰক বুজায়।

  • শাসক বা চৰকাৰ লোকসকলৰ পৰা বিচৰা মজুৰি যেনে উপশুল্ক বা কৰ হব পাৰে।
  • বাইবেলৰ সময়ত, ৰজা আৰু শাসকসকল মাজে মাজে ভ্ৰমণ কৰোতে সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিবলৈ দেশৰ ৰজাক ৰাজস্ব দিব লগা হৈছিল।
  • প্ৰায় ৰাজস্ব বস্তু হিচাপে দিয়া হৈছিল যেনে টকা, আহাৰ, মছলা, মূল্যবান কাপোৰ, আৰু দামী ধাতু যেনে সোণ।

অনুবাদ পৰামৰ্শ:

  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি, "ৰাজস্ব" এইদৰে অনুবাদ কৰিব পাৰে "চৰকাৰি উপহাৰ" বা "বিশেষ কৰ" বা "প্ৰয়োজনীয় অৰ্থ।"

(আৰু চাওক: সোণ, ৰজা, শাসক, কৰ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1093, H4060, H4061, H4371, H4503, H4522, H4530, H4853, H6066, H7862, G1323, G2778, G5411