as_tw/bible/other/teach.md

3.8 KiB

শিকোৱা, শিকাই, শিকাইছিল, শিকাই আছে, শিকোৱা হোৱা নাই

সংজ্ঞা:

শিকোৱা কায্যটো হল কোনোবা এজনক ইতিমধ্যে তেওঁ নজনা কথা এটা কৈদিয়াটো।. সাধাৰণভাৱে ই যিজনে শিকি আছে তেওঁৰ বিষয়ে একো নোকোৱাকৈ তথ্য যোগান ধৰাটোক বোজায়।. সাধাৰণতে আনুস্ঠানিকভাৱে বা নিয়মিত ভাৱে তথ্য যোগান ধৰা হয়. এজন ব্যক্তিৰ "শিক্ষাদান" হল সেইবিলাক যিবিলাক তেখেতক শিকোৱা হৈছিল.

  • যিজনে শিক্ষাদান কৰে তেখেতক শিক্ষক বুলি কোৱা হয়. "শিকোৱা"ক অতীত কালত শিকাইছিল বুলি কোৱা হয়.
  • যীচুৱে যেতিয়া শিকাইছিল, তেওঁ ঈশ্বৰ আৰু ঈশ্বৰৰ সামাজ্যৰ বিষয়ে ব্যাখ্যা কৰিছিল.
  • ঈশ্বৰৰ বিষয়ে যিজনে মানুহবিলাকক শিকাইছিল তেখেতক যীচুৰ শিষ্যবিলাকে শিক্ষক বুলি সম্বোধন কৰিছিল.
  • যিটো কথা শিকোৱা হয় তাক দেখুৱাব আৰু কব পাৰি।.
  • বিশ্বাস" ৰ অৰ্থ ঈশ্বৰৰ পৰা লাভ কৰা এক শিক্ষাৰ সমষ্টি যত তেওঁৰ বিষয়ে আৰু আমি কেনেদৰে বস বাস কৰিব লাগে তাৰ নিমিত্তে ঈশ্বৰৰ নিদ্দেশনাবিলাক পোৱা যায় ইয়াক " ঈশ্বৰৰ পৰা লাভ কৰা শিক্ষা" বা "ঈশ্বৰ আমাক যি শিকায়" বুলিও অনুবাদ কৰিব পাৰি।
  • "তোমাক কি শিকোৱা হৈছে" বাক্যাংখটোক বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি, "তোমাক এইসকল ব্যক্তিয়ে কি শিকাইছিল" অথবা "ঈশ্বৰে তোমাক কি শিকাইছিল" বুলি অনুবাদ কৰিব পাৰি.
  • শিকোৱা" ক অনুবাদ কৰাৰ আন উপায়বিলাক হৈছে "কোৱা" বা "ব্যাখ্যা কৰা" বা " নিৰ্দেশনা."
  • প্ৰায় এই বাক্যটোক " ঈশ্বৰৰ বিষয়ে মানুহবিলাকক শিকোৱা বুলি অনুবাদ কৰিব পাৰি"

(আৰু চাওক: নিৰ্দেশনা, শিক্ষক, ঈশ্বৰৰ বানী)

বাইবেলত উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H502, H2094, H2449, H3045, H3046, H3256, H3384, H3925, H3948, H7919, H8150, G1317, G1321, G1322, G2085, G2605, G2727, G3100, G2312, G2567, G3811, G4994