as_tw/bible/other/sulfur.md

1.9 KiB

গন্ধক, গন্ধকতুল্য

সংজ্ঞা:

গন্ধক এটা হালধীয়া পদাৰ্থ যি জ্বলন্ত তৰল হয় যেতিয়া ইয়াক জুইত দিয়া হয়।

  • গন্ধকৰ অতি প্ৰৱল গোন্ধও আছে যিটো গেলা কণীৰ দৰে হয়।
  • বাইবেলত, ঈশ্বৰ বিচাৰত অবিশ্বাসী আৰু বিদ্ৰোহী লোকসকল প্ৰতীক হয় জ্বলন্ত গন্ধক।
  • বহুতো সময়ত, ঈশ্বৰে পাপী চহৰ চদোম আৰু ঘোমোৰাত অগ্নি আৰু গন্ধক বৰষাইছিল।
  • কিছুমান ইংৰাজী বাইবেল অনুবাদত, গন্ধকক "নৰকাগ্নি," যাৰ আক্ষৰিক অৰ্থ "জ্বলন্ত শিল"

অনুবাদৰ পৰামৰ্শ:

  • এই প্ৰসংগৰ সম্ভৱত অনুবাদত অন্তৰ্ভুক্ত কৰিব পাৰে "পোৰা হালধীয়া শিল" বা "জ্বলন্ত হালধীয়া শিল।"

(আৰু চাওক: ঘোমোৰা, বিচাৰ, লূট, বিদ্ৰোহ, চদোম, ঈশ্বৰবিশ্বাসী)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1614, G2303