as_tw/bible/names/gomorrah.md

2.4 KiB

ঘোমোৰা

তথ্যবোৰ:

ঘোমোৰা চহৰ চদোমৰ ওচৰৰ উৰ্বৰ উপত্যকাত অৱস্থিত আছিল, ইয়াত অব্ৰহামৰ ভতিজা লোটে বাস কৰিবলৈ মনোনীত কৰিছিল৷

  • ঘোমোৰা আৰু চদোমৰ নিশ্চিত অৱস্থিতি এতিয়াও জনা নাজায়, এই চহৰবোৰ লৱণ সাগৰৰ দক্ষিণ দিশত অৱস্থিত আছিল বুলি নিৰ্দেশ কৰে, ই চিট্টিম উপত্যকাৰ ওচৰত৷
  • য’ত চদোম আৰু ঘোমোৰা অৱস্থিত আছিল, সেই অঞ্চলত ৰজাসকলৰ বহু যুদ্ধ হৈছিল৷
  • যেতিয়া চদোম আৰু আন চহৰবোৰত লোটৰ পৰিয়ালক জতিলতাবোৰে আবৰি ধৰিছিল, তেতিয়া অব্ৰাহাম আৰু তেওঁৰ লোকসকলে তেওঁলোকক উদ্ধাৰ কৰিছিল৷
  • এইদৰে বেছি দিন থাকিবলগীয়া নহ’ল, তাত বাস কৰা লোকসকলৰ পাপ স্বভাৱৰ বাবে ঈশ্বৰৰ দ্বাৰা চদোম আৰু ঘোমোৰা ধ্বংস কৰা হৈছিল৷

(অনুবাদ পৰামৰ্শবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: অব্ৰাহাম , বেবিলন, লোট, লৱণ সাগৰ, চদোম)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H6017