as_tw/bible/other/storehouse.md

2.3 KiB

গুদাম, ভাণ্ডাৰ

সংজ্ঞা:

"গুদাম" ডাঙৰ গৃহত প্ৰায়েই বহু সময়ৰ বাবে আহাৰ বা অন্য বস্তু সাঁচি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।

  • বাইবেলত সাধাৰণতে আকালৰ সময়ত ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত শষ্য আৰু আন আহাৰসমূহ সাঁচি ৰাখিবলৈ "গুদাম" ব্যৱহাৰ কৰা হৈছিল।
  • ঈশ্বৰে তেওঁৰ লোকসকলক সকলো ভাল বস্তু দিব খোজাটোক বুজাবলৈও এই শব্দটো ৰূপকভাবে ব্যৱহাৰ কৰা হৈছিল।
  • মন্দিৰৰ গুদাম যিহোৱালৈ উতস্বৰ্গ কৰা মূল্যবান বস্তু যেনে সোণ বা ৰূপ সাঁচি ৰখা হৈছিল। মন্দিৰৰ মেৰামতি আৰু প্ৰতিপালন কৰা কিছুমান বস্তুও তাত ৰখা হৈছিল।
  • "গুদাম " শব্দটো আন দিশত অনুবাদ কৰোতে "শষ্য সাঁচি ৰাখিবৰ বাবে এটা ঘৰ" বা "আহাৰ সাঁচি ৰখা ঠাই" বা "বহুমূল্য বস্তু সুৰক্ষিতভাবে ৰখা কোঠা" এইবোৰ অন্তৰ্ভুক্ত কৰিব পাৰে।

(আৰু চাওক: পবিত্ৰ, উতসৰ্গ, আকাল, সোণ, শষ্য, ৰূপ, মন্দিৰ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H214, H618, H624, H4035, H4200, H4543, G596