as_tw/bible/other/sinoffering.md

2.4 KiB

পাপাৰ্থক নৈবেদ্য, পাপাৰ্থক নৈবেদ্যসমূহ

সংজ্ঞা:

"পাপাৰ্থক নৈবেদ্য " আছিল বিভিন্ন নৈবেদ্যৰ মাজৰ এটা যিটো ঈশ্বৰে ইস্ৰায়েলীলোকসকলে দিয়াটো বিচাৰিছিলে।

  • এই নৈবেদ্য ষাড় গৰু বলি দিয়া, তাৰ তেজ আৰু চৰ্বি বেদীৰ ওপৰত জ্বলোৱা, আৰু জন্তুৰ শৰীৰৰ অৱশেষ খিনি লৈ ইস্ৰায়েলীসকলৰ ছাউনিৰ বাহিৰত মাটিত জ্বলোৱা এই সকলো অন্তৰ্ভুক্ত আছিল।
  • জন্তুৰ বলি সম্পূৰ্ণ জ্বলি দেখা দিছিল যে ঈশ্বৰ কেনে পবিত্ৰ জন আৰু পাপ কিমান ভয়ঙ্কৰ হয়।
  • বাইবেলে শিকাই যে অপৰাধ নিৰ্মূল কৰিবলৈ পাপৰ বাবে মূল্য দিবলৈ তেজ দিবই লাগিব সেইটো প্ৰতিজ্ঞাবদ্ধ আছিল।
  • জীৱ জন্তু বলিদান স্থায়ী পাপৰ ক্ষমাৰ নিদিয়ে।
  • যীচু সময়ৰ পাপৰ বাবে শাস্তি ভোগ কৰি ক্ৰুচৰ ওপৰত মৃত্যু বৰণ কৰিলে। তেওঁ সম্পূৰ্ণ পাপাৰ্থক নৈবেদ্য আছিল।

(আৰু চাওক: বেদী, গৰু, ক্ষমা, বলি, পাপ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2401, H2402, H2398, H2403