as_tw/bible/other/selfcontrol.md

1.8 KiB

আত্মনিয়ন্ত্ৰণ, আত্মনিয়ন্ত্ৰণ কৰা, নিজকে নিয়ন্ত্ৰণ কৰা

সংজ্ঞা:

পাপ কৰা আচৰণৰ পৰা কোনো ব্যক্তি নিজকে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাক আত্মনিয়ন্ত্ৰণ বোলা হয়।

  • ই ভাল আচৰণক বুজায়, সেইটো হল দুষ্ট চিন্তা, কথাবাৰ্ত্তা আৰু কাৰ্য পৰিহাৰ কৰা।
  • আত্মনিয়ন্ত্ৰণ হৈছে ফল, বা পবিত্ৰ আত্মাই খ্ৰীষ্টীয়ানসকলক দিয়া বিশেষ গুণ।
  • আত্মানিয়ন্ত্ৰণ কৰা ব্যক্তি জনে কোনো ভুল কাৰ্য কৰিবলৈ ইচ্ছা থাকিলেও সেই কাৰ্য কৰাৰ পৰা নিজকে বাধা দিব পাৰে। কেৱল ঈশ্বৰেই সেইজন যি জনে এজন ব্যক্তিক আত্মনিয়ন্ত্ৰণ কৰাব পাৰে।

(আৰু চাওক: ফল, পবিত্ৰ আত্মা)

বাইবেলৰ উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H4623, H7307, G192, G193, G1466, G1467, G1468, G4997