as_tw/bible/other/basket.md

2.4 KiB

খৰাহী, খৰাহীবোৰ, দ্ৰব্যৰে পূৰ্ণ খৰাহী

সংজ্ঞা:

“খৰাহী” শব্দটো বনজাতীয় দ্ৰব্যৰে তৈয়াৰী কৰা এবিধ পাত্ৰৰ ক্ষেত্ৰত উল্লেখ কৰা হয়৷

  • বাইবেলৰ সময়ত, সম্ভবতঃ খৰাহীবোৰ বনজাতীয় উদ্ভিদেৰে যেনে গছৰ কাঠৰ পৰা এৰুৱাই লোৱা বা কাঠিৰে তৈয়াৰী কৰা বস্তু৷
  • খৰাহীবোৰত পানীৰোধক দ্ৰব্যৰে প্ৰলেপ দিয়া হয় যাতে ই ভাহি যাব পাৰে৷
  • যেতিয়া মোছি শিশু আছিল, তেতিয়া তেওঁৰ মাকে এটা পানীৰোধক খৰাহী তৈয়াৰ কৰি তাতে তেওঁক ৰাখিছিল আৰু নীল নদীৰ সোঁতত উটি যাব পৰাকৈ ভহাই দিছিল৷
  • “খৰাহী” শব্দটো অনুবাদ কৰোতে যেনেদৰে এটা কাহিনী আছে, এনেদৰে “নিয়ম চন্দুক” শব্দটো অনুবাদ কৰোতেও নোহে জাহাজ নিৰ্মান কৰাৰ বিষয়টো উল্লেখ হয়৷ সাধাৰণ অৰ্থত “ভাহি থকা পাত্ৰ” এই দুয়োটা বিষয়ে হয়তো ব্যৱহাৰ হয়৷

(পুনৰ চাওক: নিয়ম চন্দুক, মোছি, নীল নদী, নোহ)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H374, H1731, H1736, H2935, H3619, H5536, H7991, G2894, G3426, G4553, G4711