as_tw/bible/other/assign.md

2.8 KiB

দায়িত্ব অৰ্পন কৰা, আৰোপিত, আৰোপক, নিৰ্ধাৰণ কৰা কাৰ্য, কৰ্তব্য, পুনৰ নিৰ্ধাৰণ

তথ্যবোৰ:

“দায়িত্ব অৰ্পন কৰা” বা “আৰোপিত” শব্দটোৱে কোনো এজন লোকক কোনো বিশেষ কামৰ বা কোনো এজন বা বহু লোকক কোনো বিষয়ৰ বাবে মনোনীত কৰাক নিৰ্দেশ কৰে৷

  • ভাববাদী চমুয়েলে ৰজা চৌলক “দায়িত্ব অৰপন কৰি” ভবিষ্যত বাণী কৰি কৈছিল শ্ৰেষ্ঠ ডেকা ইস্ৰায়েলৰ সৈন্য বাহিনীত সেৱা কৰা৷
  • ইস্ৰায়েলৰ বাৰ ফৈদৰ প্ৰতিটোকে কানান দেশৰ একোটা অংশত থাকিব দিবৰ বাবে মোচীৰ ওপৰত “দায়িত্ব অৰ্পন কৰ” আছিল৷
  • পুৰণি নিয়মৰ বিধান অনুসৰি, ইস্ৰায়েলৰ নিৰ্দিষ্ট ফৈদৰ লোকক পুৰোহিত, কলা-কুশলী, গায়ক আৰু ৰচক হিচাপে দায়িত্ব অৰ্পণ কৰিছিল৷
  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি “দায়িত্ব অৰ্পন কৰা” বিষয়টো “দিয়া” বা নিযুক্ত কৰা” বা “কামৰ বাবে বাচি লোৱা” বুলিও অনুবাদ কৰিব পাৰি৷
  • “আৰোপিত” শব্দটো “নিযুক্তি দিয়া” বা “কাম কৰিব দিয়া” বুলিও অনুবাদ কৰিব পাৰি৷

(অনুবাদ উপদেশবোৰ: নামবোৰ অনুবাদ কৰা)

(পুনৰ চাওক: নিযুক্ত, চমুয়েল, চৌল)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2506, H3335, H4487, H4941, H5157, H5307, H5414, H5596, H5975, H6485, H7760, G3307