as_tw/bible/names/zebedee.md

1.7 KiB

চিবদিয়

বাস্তৱ:

চিবদিয় গালিলৰ পৰা জালোৱৈ আছিল তেওঁ তেওঁৰ পুত্ৰসকলৰ বাবে পৰিচিত, যাকোব আৰু যোহন যিসকল যীচুৰ শিষ্য আছিল। তেওঁলোক নতুন নিয়মত প্ৰায়েই "চিবদিয়ৰ পুত্ৰ" বুলি চিহ্নিত।

  • চিবদিয়ৰ পুত্ৰ সকলো জালোৱৈ আছিল আৰু তেওঁৰ সৈতে মাছ ধৰা কাম কৰিছিল।
  • যাকেব আৰু যোহন তেওঁলোকৰ পিতৃৰ সৈতে কৰা মাছ দৰা কাম ত্যাগ কৰি যীচুক অনুকৰণ কৰিছিল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: শিষ্য, জালোৱৈ, যাকোব (চিবদিয়ৰ পুত্ৰ), যোহন (প্ৰচাৰক))

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G2199