as_tw/bible/other/fisherman.md

1.6 KiB

মাছমৰীয়া, জালোৱা

সংজ্ঞা:

মাছমৰীয়াসকল এনে লোক, যি ধন সংগ্ৰহৰ বাবে পানীত নামি মাছ ধৰে৷ নতুন নিয়মত, মাছমৰীয়াসকলে মাছ ধৰিবৰ বাবে ডাঙৰ জাল বযৱহাৰ কৰিছিল৷ “জালোৱা” শব্দটোৰ আন এক নাম হ’ল মাছমৰীয়া৷

  • যীচুৰ দ্বাৰা আহ্বান পোৱাৰ আগতে পিতৰ আৰু আন পাঁচনিসকলে মাছমৰীয়াৰ কাম কৰিছিল৷
  • সেই সময়ত ইস্ৰায়েল দেশৰ ওচৰত পানী আছিল, সেয়ে বাইবেলত মাছ আৰু মাছমৰীয়াৰ বিষয়ত বহু উল্লেখ আছে৷
  • এই শব্দটো এই বাক্যাংশৰেও অনুবাদ কৰিব পাৰি যেনে, “মাছ ধৰা মানুহ” বা “যি মানুহে মাছ ধৰি টকা উপাৰ্জন কৰে”৷

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1728, H1771, H2271, G231, G1903