as_tw/bible/names/syria.md

2.6 KiB

চিৰিয়া

বাস্তৱ:

ইস্ৰায়েলৰ দক্ষিণ দিশত অৱস্থিত দেশ হৈছে চিৰিয়া। নতুন নিয়ম চলি থকা সময়ত, ই এটা ৰোমান সম্ৰাজ্যৰ শাসনৰ ভিতৰত থকা প্ৰদেশ আছিল।

  • নিৰ্দ্দিষ্ট পুৰণি নিয়মৰ সময়ত, চিৰিয়াসকল ইস্ৰায়েলীসকলৰ শক্তিশালী সৈনিক শত্ৰু আছিল।
  • ইলিচা ভাববাদীৰ দ্বাৰাই কুষ্ঠ ৰোগ সুস্থতা লাভ কৰা নামান চিৰিয়াৰ সৈনিকৰ দেশাধক্ষ্য আছিল।
  • চিৰিয়াৰ বহু উত্তৰাধীকাৰীসকল আৰামৰ বংশধৰ আছিল, নোহৰ পুত্ৰ চেমৰ বংশৰ পৰা অহা লোকসকল আছিল।
  • বাইবেলত বহু বাৰ উল্লেখ আছে দম্বেচক চিৰিয়াৰ ৰাজধানী চহৰ আছিল।
  • চৌল খ্ৰীষ্টীয়ান লোকসকলক তাড়ণা কৰিবলৈ দম্বেচক চহৰলৈ গৈছিল, কিন্তু যীচুৱে তেওঁক স্তব্ধ কৰিছিল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: অৰাম, দেশাধক্ষ্য, দম্বেচক, বংশধৰ, ইলীচা, কুষ্ঠ ৰোগ, নামান, তাড়ণা, ভাববাদী)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H130, H726, H758, H761, H762, H804, H1834, H4601, H7421, G4947, G4948