as_tw/bible/names/simonthezealot.md

1.9 KiB

চিমোন জেয়ালত

বাস্তৱ:

সিমন দ্য জেয়ালত যীচুৰ বাৰজন শিষ্যৰ মাজৰ এজন আছিল।

  • যীচুৰ শিষ্যসকলৰ নামৰ তালিকাত তিনিবাৰ উল্লেখ কৰা হৈছিল, কিন্তু তেওঁৰ বিষয়ে আন কিছু কথা জনা যায়।
  • যীচু পুনৰ স্বৰ্গলৈ যোৱাৰ পাছত যিৰূচালেমত এঘাৰজন প্ৰাৰ্থনা কৰিবলৈ গোট খোৱা সকলৰ মাজৰ এজন চিমোন আছিল।
  • "জেয়ালত" শব্দটির অর্থ সম্ভবত সিমন "দ্য জেলোটস"-এর সদস্য, যিনি রোমান সরকারের বিরোধিতা করার সময় মোশির আইন-কানুন পালনের ক্ষেত্রে অত্যন্ত উদ্যোগী ছিলেন ।
  • অথবা "জেয়ালত" বলতে পারেন "কেবলমাত্র উদ্যোগী এক", "সাইমন এর ধর্মীয় আগ্রহ" উল্লেখ করে ।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: পাঁচনি, শিষ্য, সেই বাৰজন)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G2208, G2581, G4613