as_tw/bible/names/simeon.md

2.1 KiB

চিমোন

বাস্তৱ:

বাইবেলত, বহুতো লোকসকলৰ নাম চিমোন আছিল।

  • পুৰণি নিয়মত, যাকোবৰ (Israel) দ্বিতীয় পুত্ৰৰ নাম চিমোন আছিল। তেওঁৰ মাতৃ লেয়া আছিল। তেওঁৰ বংশধৰসকল ইস্ৰায়েলৰ বাৰটা গোষ্ঠিৰ মাজত এটা হৈছিল।
  • চিমোনৰ গোষ্ঠি প্ৰতিজ্ঞা কৰা কনান দেশৰ সৰ্বদক্ষিণস্থ অঞ্চলৰ অংশ দখল কৰিছিল। এই মাটি সম্পূৰ্ণৰূপে যিহূদাৰ দেশেৰে আৱৰা আছিল।
  • তেতিয়া যোচেফ আৰু মৰিয়মে শিশু যীচুক ঈশ্বৰক উতস্বৰ্গ কৰিবলৈ যিৰূচালেম মন্দিৰলৈ লৈ আহিছিল, চিমিয়োন নামে এজন বয়সীয়াল মানুহ মশীহক দেখা সুযোগ পোৱাৰ বাবে ঈশ্বৰৰ গৌৰৱ কৰিছিল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: কনান, খ্ৰীষ্ট, উতস্বৰ্গ, যাকোব, যিহুদা, [মন্দিৰ)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H8095, H8099, G4826